নাইক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
25 নং শাৰী:
টাৰ্টাৰাছৰ বৰ্ণনাত হেচিঅ’ডে সেই ঠাই নাইক্স<ref>Hesiod. ''Theogony, [https://www.perseus.tufts.edu/hopper/text?doc=Hes.+Th.+744 744&#x2013; 745]''</ref> আৰু তেওঁৰ সন্তান হাইপ্নোছ আৰু থানাটোছৰ বাসস্থান বুলি উল্লেখ কৰিছে।<ref>Hesiod. ''Theogony, [https://www.perseus.tufts.edu/hopper/text?doc=Hes.+Th.+758 758&#x2013; 759].''</ref> হেচিঅ’ডে আৰু কয় যে নাইক্সৰ জীয়ৰী হেমেৰা (দিন) প্ৰৱেশ কৰাৰ লগে লগে নাইক্সে টাৰ্টাৰাছ এৰে আৰু হেমেৰাই প্ৰস্থান কৰিলে নাইক্স ঘূৰি আহে। <ref>Hesiod. ''Theogony, [https://www.perseus.tufts.edu/hopper/text?doc=Hes.+Th.+746 746&#x2013; 750]''</ref> [[ঋকবেদ]]ৰ ৰাত্ৰি (নিশা) আৰু ঊষাৰ চিত্ৰায়নৰ সৈতে এই বৰ্ণনাৰ মিল দেখা যায়।
===হোমাৰ===
[[ইলিয়াড]]ত টোপনিৰ দেৱতা হিপ্নোছে জ্যুচক নিদ্ৰামগ্ন কৰাৰ পিছত [[হীৰা (গ্ৰীক দেৱী)|হীৰা]]ক এক পুৰণি উপকাৰৰ কথা মনত পেলাই দিয়ে। তেওঁ পূৰ্বতে এবাৰ হীৰাৰ কথামতে জ্যুচক নিদ্ৰামগ্ন কৰিছিল যাৰ ফলত হীৰাই হেৰাক্লেছৰ (যি ট্ৰয়ৰ পৰা সাগৰীয় পথেৰে উভতি আহিছিল) দুৰ্ভাগ্যৰ সূচনা কৰিব পাৰিছিল। এই কথাত জ্যুচ ক্ৰোধান্বিত হয় আৰু হিপ্নোছ ভয়ত তেওঁৰ মাতৃ নাইক্সৰ কাষলৈ পলাই আছে। হোমাৰে বৰ্ণনা কৰিছে যে হিপ্নোছে তেওঁৰ শক্তিশালী মাতৃক আবেদন কৰি জ্যুচৰ ক্ৰোধৰ পৰা ৰক্ষা পৰে। এই ঘটনাৰ পিছত তেওঁ জিউচকজ্যুচক কেৱল কেইবাৰমানহে বিচলিত কৰিছিল আৰু সদায় জ্যুচৰ পৰা ৰক্ষা পৰিবলৈ নাইক্সৰ ওচৰলৈ পলায়ন কৰিছিল।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/নাইক্স"ৰ পৰা অনা হৈছে