ডিমাছা ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
31 নং শাৰী:
 
'''ডিমাছা ভাষা‌''' ভাৰতৰ অসম আৰু নাগালেণ্ড ৰাজ্যৰ ডিমাছা জনগোষ্ঠী সকলৰ
মাতৃভাষা। ডিমাছাসকল বড়োসকলৰ সৈতে প্ৰায় একেধৰণৰ ফৈদ। 'ডিমাছা' শব্দৰ অৰ্থ হৈছে 'ডিমা-ফিছা' অৰ্থাৎ ডিমা নৈৰ সন্তান। আদিতে ডিমাছাসকল ধনশ্ৰী নৈৰ পাৰত বাস কৰিছিল। পাছত ৰাজনৈতিক কাৰণত তেওঁলোক তাৰ পৰা উঠি গৈ উত্তৰ কাছাৰ জিলাত বসবাস কৰিবলৈ লয়। ডিমাছাসকলৰ নিজা লিপি নাই।
মাতৃভাষা।
 
[[শ্ৰেণী:ভাষা]]