সীতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Fixed img
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
ইংৰাজী প্ৰবন্ধটোৰ পৰা নতুনকৈ অনুবাদ কৰা হ'ল
5 নং শাৰী:
| Name = সীতা
| Devanagari = सीता
| Sanskrit_Transliteration = Sītā
| Affiliation = [[লক্ষ্মী]]ৰ অৱতাৰ
| Parents = [[জনক]](দত্তক পিতৃ)<br>সুনয়না (দত্তক মাতৃ)
| Parents = [[Janaka|His Majesty King Janak]](adoptive father)<br>Sunayana(adoptive mother)
| Consort = [[ৰাম]]
| Texts = ''[[ৰামায়ণ]]''
}}
 
'''সীতা''' ({{lang-sa|सीता}}) এগৰাকী হিন্দু দেৱী আৰু হিন্দু মহাকাব্য [[ৰামায়ণ]] আৰু ইয়াৰ অন্যান্য সংস্কৰণৰ নায়িকা। তেওঁক [[ভূদেৱী|ভূমি]]ৰ (পৃথিৱী) কন্যা আৰু [[মিথিলা (বিদেহ ৰাজ্য)|বিদেহ]]ৰ ৰজা [[জনক]] আৰু তেওঁৰ পত্নী ৰাণী সুনয়নাৰ দত্তক কন্যা বুলি বৰ্ণনা কৰা হৈছে। তেওঁৰ [[উৰ্মিলা]] নামৰ এগৰাকী কনিষ্ঠ ভগ্নী, আৰু [[মাণ্ডৱী]] আৰু [[শ্ৰুতকীৰ্তি]] নামৰ দুগৰাকী সম্পৰ্কীয় ভগ্নী আছে।<ref name="Sutherland AOS">{{cite web|last=Sutherland|first=Sally J.|title=Sita and Draupadi, Aggressive Behavior and Female Role-Models in the Sanskrit Epics|url=http://sseas.berkeley.edu/sites/default/files/faculty/files/sita_and_draupadi.pdf|publisher=University of California, Berkeley|access-date=1 August 2012}}</ref><ref name="Parmeshwaranand">{{cite book|author=Swami Parmeshwaranand|title=Encyclopaedic Dictionaries of Puranas|url=https://books.google.com/books?id=FdIkaccgneAC&pg=PA1210|access-date=31 July 2012|publisher=Sarup & Sons|isbn=978-81-7625-226-3|pages=1210–1220|date=2001-01-01}}</ref> সীতা তেওঁৰ নিষ্ঠা, আত্মত্যাগ, সাহস আৰু পবিত্ৰতাৰ বাবে জনাজাত। তেওঁক '''বৈদেহী''', '''জানকী''', '''বিদেহ নন্দিনী''' আৰু '''মৈথিলী''' আদি নামেৰেও জনা যায়।
'''সীতা''' হিন্দু মহাকাব্য [[ৰামায়ণ]]ৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ আৰু মিথিলা ৰাজ্যৰ ৰজা জনকৰ পুত্ৰী। তেওঁৰ অন্য নাম বৈদেহী, জানকী, মৈথেলী, ভূমিজা। সীতাক হিন্দু ধৰ্মৰ ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী [[লক্ষ্মী]]ৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়। হিন্দুসকলৰ প্ৰধান পূজ্য দেৱতা বিষ্ণুৰ ৰাম অৱতাৰৰ সময়ত লক্ষ্মী দেৱীয়ে সীতা ৰূপে অৱতাৰ গ্ৰহণ কৰে আৰু ৰামৰ পত্নী হয়। সীতাক আদৰ্শ হিন্দু নাৰীচৰিত্ৰৰ প্ৰতীক হিচাপে মান্যতা প্ৰদান কৰা হয়। পতিব্ৰত ধৰ্ম পালন, আত্মবলিদান, অদম্য সাহস আৰু পৱিত্ৰতাৰ বাবে সীতা হিন্দু নাৰী সকলৰ আদৰ্শ চৰিত্ৰ।
 
সীতাই যৌৱনকালত [[অযোধ্যা (পৌৰাণিক নগৰ)|অযোধ্যা]]ৰ ৰাজকুমাৰ [[ৰাম]]ক স্বয়ংবৰত তেওঁৰ স্বামী হিচাপে বাছনি কৰে। স্বয়ংবৰৰ পিছত তেওঁ ৰামৰ সৈতে অযোধ্যালৈ যায়, কিন্তু পিছত তেওঁৰ স্বামী আৰু দেওৰেক [[লক্ষ্মণ]]ৰ সৈতে বনবাস খাটিবলৈ যায়। নিৰ্বাসিত অৱস্থাত তিনিওজনে [[দণ্ডকাৰণ্য]]ত বসতি স্থাপন কৰে য'ৰ পৰা তেওঁক [[লংকা]]ৰ [[ৰাক্ষস|ৰাক্ষস-ৰাজ]] [[ৰাৱণ|ৰাৱণে]] অপহৰণ কৰে। পিছত লংকাৰ [[অশোক বন]]ত বন্দী হৈ থকাৰ পৰা তেওঁক ৰামে উদ্ধাৰ কৰে। লংকাৰ যুদ্ধৰ পিছত মহাকাব্যৰ কিছুমান সংস্কৰণত, ৰামে সীতাক অগ্নিপৰীক্ষাৰ জৰিয়তে তেওঁৰ পবিত্ৰতা প্ৰমাণ ৰিবলৈ কয়।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
[[শ্ৰেণী:ৰামায়ণৰ চৰিত্ৰ]]
"https://as.wikipedia.org/wiki/সীতা"ৰ পৰা অনা হৈছে