২৮ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

15 নং শাৰী:
* ১৬৩৫ - [[ৰবাৰ্ট হুক]], পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানী, কোষৰ আৱিষ্কাৰক হিচাপে আৰু হুকৰ সূত্ৰৰ বাবে বিখ্য়াত।
* ১৯৩২ - [[হীৰেন ভট্টাচাৰ্য]], ''সুগন্ধি পখিলাৰ কবি'' ৰূপে খ্যাত। তেখেতৰ জন্মদিনটো অসমত কাব্যস্নেহ দিৱস হিচাপে পালন কৰা হয়।
* ১৯৮৭ - পেড্ৰ' ৰ'ড্ৰিগেজ, স্পেইনৰ ফুটবল খেলুৱৈ, ২০১০ চনৰ ফিফা বিশ্বকাপ বিজয়ী দলৰ সদস্য়।
* ১৯৯৩ - হাৰি কেন, ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ অধিনায়ক।
 
==মৃত্যু ==
"https://as.wikipedia.org/wiki/২৮_জুলাই"ৰ পৰা অনা হৈছে