ইথাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
17 নং শাৰী:
গ্ৰীক আখ্যান অনুসৰি '''ইথাৰ''' বা '''এইথাৰ''' হৈছে আদি দেৱতাসকলৰ এজন। তেওঁক আকাশৰ উপৰিভাগৰ মূৰ্তমান স্বৰূপ বুলি গণ্য কৰা হয়। <ref>Grimal p. 22; ''The Oxford Classical Dictionary'', "Aither", p. 33.</ref> ইথাৰ নশ্বৰ প্ৰাণীয়ে গ্ৰহণ কৰা সাধাৰণ বায়ুৰ বিপৰীতে দেৱতাসকলে শ্বাস-প্ৰশ্বাসৰ বাবে গ্ৰহণ কৰা বিশুদ্ধ বায়ু। [[টাৰ্টাৰাছ]] আৰু [[ইৰেবাছ]]ৰ দৰে প্ৰাচীন গ্ৰীচত ইথাৰৰ তীৰ্থস্থান থাকিব পাৰে যদিও তেওঁৰ কোনো মন্দিৰ কোনো ধৰ্মীয় পন্থা থকাৰ সম্ভাৱনা নাই।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
[[শ্ৰেণী:গ্ৰীক দেৱতা]]
"https://as.wikipedia.org/wiki/ইথাৰ"ৰ পৰা অনা হৈছে