ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২১/ভাল প্ৰবন্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: উলটিওৱা হৈছে
1 নং শাৰী:
[[File:Mohenjo-daroEpisode Priesterkönigfrom Kishkinda Kanda.jpegjpg|right|200px]]
'''তাৰা''' (সংস্কৃত: तारा) (আক্ষৰিক অৰ্থত তৰা) হৈছে ৰামায়ণত বৰ্ণিত কিষ্কিন্ধাৰ ৰাণী আৰু বানৰৰাজ বালিৰ সহধৰ্মিণী। বালিৰ মৃত্যুৰ পিছত তাৰা সুগ্ৰীৱৰ সৈতে বিবাহত বহে।
'''ভাৰতীয় শিল্পকলা''' হৈছে চিত্ৰ কৰ্ম, ভাস্কৰ্য, মাটিৰ শিল্প, বয়ন শিল্প আদিৰ এটা মিশ্ৰিত ৰূপ। ভৌগোলিক পৰিসীমাৰ ভিতৰত এই শিল্পই ভাৰতৰ ওচৰ চুবুৰীয়া দেশ সমূহকো প্ৰতিনিধিত্ব কৰে য'ত বৰ্তমানৰ [[ভাৰত]], [[পাকিস্তান]], [[বাংলাদেশ]], [[শ্ৰীলংকা]], [[নেপাল]], [[ভূটান]] আৰু [[আফগানিস্তান]]ৰ পূব প্ৰান্ত অন্তৰ্ভুক্ত হৈ আছে। বৰ্তমানৰ আধুনিক কলা আৰু পৰম্পৰাগত ভাৰতীয় শিল্প কলাত এই আৰ্হিৰ প্ৰভাৱ আছে।
 
ৰামায়ণত তেওঁক কপিকুলৰ কবিৰাজ সুসেনৰ জীয়ৰী বুলি কোৱা হৈছে। কিন্তু ইয়াৰ পৰৱৰ্তী সূত্ৰসমূহৰ মতে তাৰা আছিল সমুদ্ৰ মন্থনৰ ফলত নিৰ্গত হোৱা এগৰাকী অপ্সৰা। তেওঁ বালিক বিয়া কৰায় আৰু অংগদৰ জন্ম দিয়ে। এক ৰাক্ষসৰ সৈতে হোৱা যুঁজত বালিৰ মৃত্যু হোৱা বুলি ভাবি সুগ্ৰীৱ নিজে কিষ্কিন্ধাৰ ৰাজপাটত বহে আৰু তাৰাক গ্ৰহণ কৰে। কিন্তু পৰৱৰ্তী সময়ত বালিৰ প্ৰত্যাৱৰ্তন ঘটে আৰু তেওঁ ৰাজদ্ৰোহৰ অপৰাধত সুগ্ৰীৱক নিৰ্বাসন দি পুনৰ তাৰাক নিজৰ কৰি লয়।
ভাৰতীয় শিল্পকলাৰ আৰম্ভণি বুলি ঐতিহাসিক যুগৰো পূৰ্বৰ ভাৰতীয় সভ্যতাক নিৰ্দেশ কৰা হয়। যি নেকি বিংশ শতিকাতকৈ ৩০০০ বছৰ পুৰণি সভ্যতাক বুজায়। তেতিয়াৰ পৰা বৰ্তমানলৈকে ভাৰতীয় শিল্পকলাত নানান সাংস্কৃতিক তথা ধৰ্মীয় প্ৰভাৱ পৰে যেনেঃ হিন্দু শিল্পকলা, বৌদ্ধ শিল্পকলা, জৈন শিল্পকলা, শিখ শিল্পকলা আৰু ইছলামিক শিল্পকলা।
 
যেতিয়া সুগ্ৰীবে বালিক দ্বন্দ্ব যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনায়, তাৰাই বালিক ৰামায়ণৰ নায়ক আৰু বিষ্ণুৰ অৱতাৰ ৰামৰ সৈতে সুগ্ৰীৱৰ মিত্ৰতাৰ বাবে এই প্ৰত্যহ্বান গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু বালিয়ে এই পৰামৰ্শ আওকাণ কৰে আৰু ৰামৰ হাতত মৃত্যু বৰণ কৰে। ৰামায়ণ আৰু ইয়াৰ পিছৰ অভিযোজনবোৰে তাৰাৰ বিলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যদিও বেছিভাগ স্থানীয় ভাষাৰ সংস্কৰণত তাৰাই ৰামক তেওঁৰ সতীত্বৰ শক্তিৰ দ্বাৰা অভিশাপ দিয়ে, কিছুমান সংস্কৰণত ৰামে তাৰাক জ্ঞান প্ৰদান কৰে।
ধৰ্মীয় পৰম্পৰাৰ এই জটিল মিশ্ৰণৰ স্বত্বেও, সাধাৰণতে, যিকোনো সময়ত আৰু স্থানত প্ৰচলিত শৈল্পিক শৈলীমুখ্য ধৰ্মীয় গোটবোৰে ভাৰতীয় শিল্পকলাৰ ভাগ বতৰা কৰি আহিছে।
 
সুগ্ৰীৱে সিংহাসন পুনৰাই লাভ কৰি তেওঁৰ সময়বোৰ আনন্দৰে অতিবাহিত কৰে আৰু ৰামক তেওঁৰ অপহৃত পত্নী সীতাক উদ্ধাৰ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হয়। সুগ্ৰীৱৰ ৰাণী আৰু মুখ্য কূটনীতিবিদৰ স্থান লোৱা তাৰাই তেতিয়া সুগ্ৰীবে বিশ্বাসঘাতকতা কৰা বুলি কিষ্কিন্ধাক ধ্বংস কৰিবলৈ ওলোৱা ৰামৰ ভ্ৰাতৃ লক্ষ্মণক শান্ত কৰাৰ পিছত সুগ্ৰীৱৰ সৈতে ৰামৰ মিলামিছা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ঘটনাৰ পিছত, তাৰাক কেৱল অঙ্গদৰ মাতৃ আৰু সুগ্ৰীৱৰ ৰাণী হিচাপেহে উল্লেখ কৰা হৈছে কিয়নো কাহিনীৰ পটভূমিয়ে কিষ্কিন্ধাৰ পৰা লংকাৰ যুদ্ধলৈ গতি কৰে।
ঐতিহাসিক কলা সমূহ, মুখ্যতঃ শিল আৰু ধাতুৰ ভাস্কৰ্য, সমূহ ভাৰতীয় জলবায়ুত আন মাধ্যমতকৈ ভালদৰে জীয়াই আছে আৰু বেছিভাগ অৱশিষ্টই এটা ভাল অৱয়বত উদ্ধাৰ হৈছে। খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন শিলত নথকা বহুতো অতি গুৰুত্বপূৰ্ণ প্ৰাচীন সন্ধান ভাৰতৰ ওচৰ চুবুৰীয়া শুষ্ক জলবায়ুৰ ৰাষ্ট্ৰ সমূহত উদ্ধাৰ হৈছে। ভাৰতীয় [[অন্ত্যেষ্টিক্ৰিয়া]] আৰু দৰ্শনীয় পৰম্পৰাৰ বাবে কবৰ সমূহত উদ্ধাৰ হ'ব পৰা সামগ্ৰী সমূহৰ ক্ষেত্ৰত ভাৰতে বৰঙণি আগবঢ়াব পৰা নাই, যি নেকি ঐতিহাসিক উদ্ঘাটনৰ এক মুখ্য উৎস।
 
তাৰাৰ বুদ্ধিমত্তা, উপস্থিত বুদ্ধি, সাহস আৰু তেওঁৰ স্বামী বালিৰ প্ৰতি আনুগত্য প্ৰশংসাৰ যোগ্য বুলি কোৱা হয়। তেওঁক পঞ্চকন্যা মাজত স্থান দিয়া হয় যাৰ নাম ল'লে পাপ দূৰ হয় বুলি বিশ্বাস কৰা হয়।
ভাৰতীয় শিল্প শৈলীক ঐতিহাসিকভাৱে ভাৰতীয় উপমহাদেশৰ বাহিৰতো অনুসৰণ কৰিছিল, [[তিব্বত]], দক্ষিণ পূব এছিয়া আৰু [[চীন]]ত বিশেষভাৱে ভাৰতীয় শিল্পৰ প্ৰভাৱ আছিল। ভাৰতীয় কলাৰ প্ৰভাৱ বিশেষকৈ মধ্য এছিয়া আৰু [[ইৰাণ]] আৰু [[ইউৰোপ]]ৰ দৰে ঠাই সমূহতো পৰিলক্ষিত হৈছে।
 
[[ভাৰতীয়তাৰা শিল্পকলা(ৰামায়ণ)|'''ইয়াত বিতংকৈ পঢ়ক''']]
 
 
যোৱা মাহৰ ভাল প্ৰবন্ধ '''ৰ'জাৰভাৰতীয় ফেডেৰাৰশিল্পকলা'''ৰ বিষয়ে [[ৰ'জাৰভাৰতীয় ফেডেৰাৰশিল্পকলা|'''ইয়াত পঢ়ক''']]