কলিবাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: '''কলিবাৰী (Kolibari)''' তেজপুৰ চহৰত অৱস্থিত এখন ঠাই ৷ == ইতিহাস == কলিবাৰী ঠাইখনৰ নামটো আহিছে ক’লিবুঢ়ী বা কলিবুঢ়ী নামৰ এগৰাকী বৈষ্ণৱ ধৰ্মীয় বিধৱা মহিলাৰ নামৰ পৰা৷ তথ্য অনুসৰি তেওঁ ওঠ...
(কোনো পাৰ্থক্য নাই)

18:49, 28 July 2021ৰ সংস্কৰণ

কলিবাৰী (Kolibari) তেজপুৰ চহৰত অৱস্থিত এখন ঠাই ৷

ইতিহাস

কলিবাৰী ঠাইখনৰ নামটো আহিছে ক’লিবুঢ়ী বা কলিবুঢ়ী নামৰ এগৰাকী বৈষ্ণৱ ধৰ্মীয় বিধৱা মহিলাৰ নামৰ পৰা৷ তথ্য অনুসৰি তেওঁ ওঠৰ শতিকাত মোৱামৰীয়া বিদ্ৰোহ দমনৰ অত্যাচাৰ পৰা ৰক্ষা পাবলৈ আহোম স্বৰ্গদেউ শিৱ সিংহৰ ৰাজ্যৰ পৰা পলায়ন কৰিছিল৷[1]

অসমৰ প্ৰথম অসমীয়া পষেকীয়া আলোচনী ’বন্তি’ কলিবাৰীৰ পৰা প্ৰকাশ হৈছিল৷

কলিবাৰীৰ উল্লেখযোগ্য ব্যক্তি

  • ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা (বিষ্ণুপ্ৰাদ ৰাভাৰ পিতৃ)
  • পদ্মনাথ গোহাঞি বৰুৱা
  • লম্বোদৰ বৰা
  • চন্দ্ৰধৰ গোস্বামী
  • ফণী শৰ্মা

তথ্যউৎস

  1. ’তেজপুৰৰ কলিবাৰী বোলা ঠাইখনৰ ইতিবৃত্ত’- ড° মনোজ কুমাৰ হাজৰিকা; প্ৰান্তিক ১৬ নৱেম্বৰ, ২০২০, পৃষ্ঠা ৩৬-৩৭