কলিবাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''কলিবাৰী (Kolibari)''' তেজপুৰ চহৰত অৱস্থিত এখন ঠাই ৷ == ইতিহাস == কলিবাৰী ঠাইখনৰ নামটো আহিছে ক’লিবুঢ়ী বা কলিবুঢ়ী নামৰ এগৰাকী বৈষ্ণৱ ধৰ্মীয় বিধৱা মহিলাৰ নামৰ পৰা৷ তথ্য অনুসৰি তেওঁ ওঠ...
 
No edit summary
2 নং শাৰী:
 
== ইতিহাস ==
কলিবাৰী ঠাইখনৰ নামটো আহিছে ক’লিবুঢ়ী বা কলিবুঢ়ী নামৰ এগৰাকী বৈষ্ণৱ ধৰ্মীয় বিধৱা মহিলাৰ নামৰ পৰা৷ তথ্য অনুসৰি তেওঁ ওঠৰ শতিকাত মোৱামৰীয়া বিদ্ৰোহ দমনৰ অত্যাচাৰ পৰা ৰক্ষা পাবলৈ আহোম স্বৰ্গদেউ শিৱ সিংহৰ ৰাজ্যৰ পৰা পলায়ন কৰিছিল৷<ref>’তেজপুৰৰ কলিবাৰী বোলা ঠাইখনৰ ইতিবৃত্ত’- ড° মনোজ কুমাৰ হাজৰিকা; প্ৰান্তিক ১৬ নৱেম্বৰ, ২০২০, পৃষ্ঠা ৩৬-৩৭</ref> শিৱসাগৰৰ তামুলী বজাৰ নামৰ ঠাইৰ পৰা ব্ৰহ্মপুত্ৰ নদীয়েদি চাৰিজন পুত্ৰৰ সৈতে নাৱেৰে ভটিয়াই আহি তেওঁ তেজপুৰত থিতাপি লৈছিলহি৷ নাও চলোৱাত পাৰ্গত কলিবুঢ়ীক ৰজাই এটা ঘাট প্ৰদান কৰিছিল৷ পিছলৈ সেই ঘাটটোৰ নাম কলিবুঢ়ী ঘাট হয় আৰু ঘাটৰ নামৰ পৰাই অঞ্চলটোৰ নাম কলিবাৰী হয়গৈ৷
 
অসমৰ প্ৰথম অসমীয়া পষেকীয়া আলোচনী ’বন্তি’ কলিবাৰীৰ পৰা প্ৰকাশ হৈছিল৷
8 নং শাৰী:
== কলিবাৰীৰ উল্লেখযোগ্য ব্যক্তি ==
 
* ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা ([[বিষ্ণুপ্ৰসাদ ৰাভা|বিষ্ণুপ্ৰাদ ৰাভাৰৰাভা]]ৰ পিতৃ)
* [[পদ্মনাথ গোহাঞি বৰুৱা]]
* [[লম্বোদৰ বৰা]]
* চন্দ্ৰধৰ গোস্বামী
* [[ফণী শৰ্মা]]
 
== তথ্যউৎস ==
"https://as.wikipedia.org/wiki/কলিবাৰী"ৰ পৰা অনা হৈছে