কলিবাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''কলিবাৰী (Kolibari)''' [[তেজপুৰ]] নগৰত অৱস্থিত এখন ঠাই ৷কলিবাৰী ঠাইখনৰ নামটো আহিছে ক’লিবুঢ়ী বা কলিবুঢ়ী নামৰ এগৰাকী বৈষ্ণৱ ধৰ্মীয় বিধৱা মহিলাৰ নামৰ পৰা৷ তথ্য অনুসৰি তেওঁ ওঠৰ শতিকাত মোৱামৰীয়া বিদ্ৰোহ দমনৰ অত্যাচাৰ পৰা ৰক্ষা পাবলৈ আহোম স্বৰ্গদেউ শিৱ সিংহৰ ৰাজ্যৰ পৰা পলায়ন কৰিছিল৷<ref name=":0">’তেজপুৰৰ কলিবাৰী বোলা ঠাইখনৰ ইতিবৃত্ত’- ড° মনোজ কুমাৰ হাজৰিকা; প্ৰান্তিক ১৬ নৱেম্বৰ, ২০২০, পৃষ্ঠা ৩৬-৩৭</ref> শিৱসাগৰৰ তামুলী বজাৰ নামৰ ঠাইৰ পৰা ব্ৰহ্মপুত্ৰ নদীয়েদি চাৰিজন পুত্ৰৰ সৈতে নাৱেৰে ভটিয়াই আহি তেওঁ তেজপুৰত থিতাপি লৈছিলহি৷ নাও চলোৱাত পাৰ্গত কলিবুঢ়ীক ৰজাই এটা ঘাট প্ৰদান কৰিছিল৷ পিছলৈ সেই ঘাটটোৰ নাম কলিবুঢ়ী ঘাট হয় আৰু ঘাটৰ নামৰ পৰাই অঞ্চলটোৰ নাম কলিবাৰী হয়গৈ৷
'''কলিবাৰী (Kolibari)''' তেজপুৰ চহৰত অৱস্থিত এখন ঠাই ৷
 
== ইতিহাস ==
অসমৰ প্ৰথম অসমীয়া পষেকীয়া আলোচনী ’বন্তি’ কলিবাৰীৰ পৰা প্ৰকাশ হৈছিল৷ ১৮৮৮ চনত [[অসমীয়া ভাষা উন্নতি সাধিনী সভা|অসমীয়া ভাষা উন্নতী সাধিনী সভা]] (অ ভা উ সা) ৰ তেজপুৰ শাখা কলিবাৰীত প্ৰতিষ্ঠা কৰা হৈছিল৷ ১৯২৭ চনত অভআউসাই কলিবাৰীত অসমৰ প্ৰথমখন ’মঞ্চ বিহু’ অনুষ্ঠিত কৰিছিল৷<ref name=":0" />
কলিবাৰী ঠাইখনৰ নামটো আহিছে ক’লিবুঢ়ী বা কলিবুঢ়ী নামৰ এগৰাকী বৈষ্ণৱ ধৰ্মীয় বিধৱা মহিলাৰ নামৰ পৰা৷ তথ্য অনুসৰি তেওঁ ওঠৰ শতিকাত মোৱামৰীয়া বিদ্ৰোহ দমনৰ অত্যাচাৰ পৰা ৰক্ষা পাবলৈ আহোম স্বৰ্গদেউ শিৱ সিংহৰ ৰাজ্যৰ পৰা পলায়ন কৰিছিল৷<ref>’তেজপুৰৰ কলিবাৰী বোলা ঠাইখনৰ ইতিবৃত্ত’- ড° মনোজ কুমাৰ হাজৰিকা; প্ৰান্তিক ১৬ নৱেম্বৰ, ২০২০, পৃষ্ঠা ৩৬-৩৭</ref> শিৱসাগৰৰ তামুলী বজাৰ নামৰ ঠাইৰ পৰা ব্ৰহ্মপুত্ৰ নদীয়েদি চাৰিজন পুত্ৰৰ সৈতে নাৱেৰে ভটিয়াই আহি তেওঁ তেজপুৰত থিতাপি লৈছিলহি৷ নাও চলোৱাত পাৰ্গত কলিবুঢ়ীক ৰজাই এটা ঘাট প্ৰদান কৰিছিল৷ পিছলৈ সেই ঘাটটোৰ নাম কলিবুঢ়ী ঘাট হয় আৰু ঘাটৰ নামৰ পৰাই অঞ্চলটোৰ নাম কলিবাৰী হয়গৈ৷
 
অসমৰ প্ৰথম অসমীয়া পষেকীয়া আলোচনী ’বন্তি’ কলিবাৰীৰ পৰা প্ৰকাশ হৈছিল৷
 
== কলিবাৰীৰ উল্লেখযোগ্য ব্যক্তি ==
"https://as.wikipedia.org/wiki/কলিবাৰী"ৰ পৰা অনা হৈছে