কলিবাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
 
== ইতিহাস ==
অসমৰ প্ৰথম অসমীয়া পষেকীয়া আলোচনী ’বন্তি’ কলিবাৰীৰ পৰা প্ৰকাশ হৈছিল৷ ১৮৮৮ চনত [[অসমীয়া ভাষা উন্নতি সাধিনী সভা|অসমীয়া ভাষা উন্নতী সাধিনী সভা]] (অ ভা উ সা) ৰ তেজপুৰ শাখা কলিবাৰীত প্ৰতিষ্ঠা কৰা হৈছিল৷ ১৯২৭ চনত অভআউসাই কলিবাৰীত অসমৰ প্ৰথমখন ’মঞ্চ বিহু’ অনুষ্ঠিত কৰিছিল৷<ref name=":0" /> কলিবাৰীতে [[বাণ ৰঙ্গমঞ্চ|বাণ থিয়েটাৰ]]ৰ জন্ম হৈছিল বুলি জনা যায়৷
 
== কলিবাৰীৰ উল্লেখযোগ্য ব্যক্তি ==
11 নং শাৰী:
* চন্দ্ৰধৰ গোস্বামী
* [[ফণী শৰ্মা]]
*অভিজিত ভট্টাচাৰ্য (ভলিবল খেলুৱৈ)
 
== তথ্যউৎস ==
"https://as.wikipedia.org/wiki/কলিবাৰী"ৰ পৰা অনা হৈছে