আল-ফাতিহা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
26 নং শাৰী:
|description=[[মিশ্বৰি ৰশ্বিদ আল-আফছি]]}}
 
[[Image:Al Fatihah - naskh script.jpg|thumb|চতুর্দশ-পঞ্চদশ শতকৰ এক পাণ্ডুলিপিত ছূৰা আল ফাতিহা]]
'''ছূৰা আল ফাতিহা''' ({{lang-ar|سورة الفاتحة}}) [[মুছলিম]]সকলৰ ধৰ্মীয় গ্ৰন্থ [[কোৰআন]]ৰ ১ নম্বৰ [[ছূৰা]](অধ্যায়), ইয়াৰ [[আয়াত]]ৰ সংখ্যা ৭ আৰু [[ৰুকু]]ৰ সংখ্যা ১। ফাতিহা শব্দটো আৰবী "ফাতহুন" শব্দজাত; যাৰ অৰ্থ "উন্মুক্তকৰণ"। ই [[আল্লাহ]]'ৰ তৰপৰ পৰা বিশেষ উপহাৰ। ছূৰা আল ফাতিহা অন্যান্য ছূৰাৰ নিচিনা [[বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম]] দি আৰম্ভ। আল ফাতিহা ছূৰাটো [[মক্কা]]ত অৱতীৰ্ণ হৈছে। সেয়েহে ই [[মক্কী ছূৰা]] হিচাপে শ্ৰেণীবদ্ধ।
 
"https://as.wikipedia.org/wiki/আল-ফাতিহা"ৰ পৰা অনা হৈছে