৩১ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
4 নং শাৰী:
* ১৪৯৮ - প্ৰথম ইউৰোপীয়ান হিচাপে [[ক্ৰিষ্টোফাৰ কলম্বাছ]]ে পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ত্ৰিনিদাদ আৱিষ্কাৰ কৰে।
* ১৬৫৮ - [[ঔৰংজেৱ]] মোগল সম্ৰাট হৈছিল।
* ১৮৬১ - ৯৩০০ মিলিমিটাৰ বৰষুণৰ বাবে চেৰাপুঞ্জীত বিশ্ব ৰেকৰ্ড হৈছিল।
* ১৯৩৩ - পুণেৰপৰা প্ৰথম প্ৰকাশিত হয় [[মহাত্মা গান্ধী]]ৰ ‘হৰিজন’ কাকত।
* ১৯৪০ - স্বাধীনতা সংগ্ৰামী [[উধম সিঙ]]ক মাইকেল অ'ডায়ৰক গুলিয়াই হত্য়া কৰা বাবে ফাঁচি দিয়া হৈছিল।
* ১৯৯২ - চেতাৰ বাদক পণ্ডিত ৰবিশংকৰে মেগচেছে বঁটা পাইছিল।
* ২০০৪ - [[তুলসী দাস]]লৈ ২০০৪ চনৰ নাট্যসূৰ্য বঁটা।
 
==জন্ম==
* ১৮০৩ - চুইডেন আৰু আমেৰিকাৰ বিজ্ঞানী আৰু উদ্ভাৱক জনউদ্ভাৱকজন এৰিকছন।
* ১৮১২ - এলেন অক্টোভিয়ান হিউম, [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ প্ৰতিষ্ঠাতা।
* ১৮৮০ - মুন্সী [[প্ৰেমচান্দ]], ভাৰতীয় হিন্দী আৰু উৰ্দু ভাষাৰ সাহিত্যিক।
* ১৯০২ - প্ৰসিদ্ধ কাৰ্টুনিষ্ট কে শংকৰ প্লিলাইৰ জন্ম হৈছিল।
* ১৯১২ - আমেৰিকাৰ অৰ্থনীতিবিদ মিল্টন ফ্ৰিডমেন।
* ১৯৪৭ - মমতাজ, ভাৰতীয় বোলছবিৰ অভিনেত্ৰী।
 
==মৃত্যু==
* ৫৪ - খ্ৰীষ্টপূৰ্ৱ - অ'ৰেলিয়া ক'ট্টা (ইংঃ Aurelia Cotta), [[জুলিয়াছ চিজাৰ]]ৰ মাতৃ।
* ১৯৪০ - ছহিদ [[উধম সিং]], ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
* ১৯৫২ - বেলা মিত্রমিত্ৰ, আজাদ হিন্দ ফৌজৰ নাৰী বাহিনীৰ কমাণ্ডাৰ আছিল।
* ১৯৭০ - [[ফণী শৰ্মা]], অসমীয়া অভিনেতা।
* ১৯৮০ - [[মহম্মদ ৰফি]], ভাৰতীয় সঙ্গীত শিল্পী।
* ২০০৪ - [[অজান বৰুৱা]], অসমৰ চিনেমাট'গ্ৰাফাৰ তথা পৰিচালক।
 
==দিৱস==
"https://as.wikipedia.org/wiki/৩১_জুলাই"ৰ পৰা অনা হৈছে