ডিমেন্‌চিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
সাধাৰণতে, বহুতো প্ৰাপ্তবয়স্ক লোক বয়সৰ লগেলগে এই ৰোগত আক্ৰান্ত হয় যদিও, এই ৰোগ মস্তিষ্ক ক্ষতিগ্ৰস্ত বা আঘাত হ'লেও হʼব পাৰে।<ref name="WHO2020">{{cite web|title=Dementia|url=https://www.who.int/news-room/fact-sheets/detail/dementia|access-date=7 November 2020|website=www.who.int|language=en}}</ref>
 
লক্ষণবোৰ কেইবাটাও পৰ্যায়ত ধাৰাবাহিকভাৱে হোৱা দেখা যায়।<ref>Bathini P, Brai E, Auber LA (November 2019). "Olfactory dysfunction in the pathophysiological continuum of dementia" (PDF). Ageing Research Reviews. 55: 100956. doi:10.1016/j.arr.2019.100956. PMID 31479764. S2CID 201742825.</ref> যেতিয়া এজন ব্যক্তিৰ বয়সবৃদ্ধিৰ ফলত সচৰাচৰ হোৱা মানসিক কাৰ্যকলাপ আৰু স্মৃতিশক্তিৰ পৰিৱৰ্তন প্ৰয়োজনকৈ অধিক হ্ৰাস পায়, তেতিয়া ডিমেন্‌চিয়া ৰোগ নিৰ্ণয় হয়।<ref name="Memory Loss">{{cite book | first1 = Andrew | last1 = Budson | first2 = Paul | last2 = Solomon | name-list-style = vanc |title=Memory loss : a practical guide for clinicians|year=2011|publisher=Elsevier Saunders|location=[Edinburgh?]|isbn=978-1-4160-3597-8|url=https://books.google.com/books?id=48HAK0HOF6cC&pg=PR10}}</ref> স্মৃতিশক্তি, চিন্তা আৰু আচৰণৰ বিকাৰ ক্ৰমান্বয়ে বাঢ়ি যোৱাৰ ফলত এজন ব্যক্তিৰ দৈনন্দিন কাৰ্যকলাপ সম্পাদন আৰু সম্পাদন কৰাৰ সামৰ্থ্যকসামৰ্থ্য নেতিবাচকভাৱে প্ৰভাৱিত কৰে।হয়। স্মৃতিশক্তিৰ দুৰ্বলতা আৰু চিন্তাৰ প্ৰকাৰত ব্যাঘাতৰ উপৰিও, আন লক্ষণবোৰৰ ভিতৰত আছে আৱেগিক সমস্যা, ভাষাৰ ব্যৱহাৰত অসুবিধা, আৰু অনুপ্ৰেৰণা হ্ৰাস।<ref>Masters, Colin L.; Bateman, Randall; Blennow, Kaj; Rowe, Christopher C.; Sperling, Reisa A.; Cummings, Jeffrey L. (2015-10-15). "Alzheimer's disease". Nature Reviews Disease Primers. 1: 15056. doi:10.1038/nrdp.2015.56. PMID 27188934. S2CID 20844163</ref>
===তথ্যসূত্ৰ===