মেৰী কম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ [বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
SlowPhoton (আলোচনা | বৰঙণি) added Category:বক্সিং খেলুৱৈ using HotCat |
||
43 নং শাৰী:
{{MedalGold|[[2002 Witch Cup|2002 Pécs]]|Pinweight}}
}}
'''
==জীৱনৰ প্ৰথমচোৱা আৰু পৰিয়াল==
57 নং শাৰী:
== মুষ্টিযুদ্ধলৈ প্ৰত্যাৱৰ্তন ==
দুই বছৰ অৱকাশৰ অন্তত মেৰী কম পুনৰ বক্সিং ৰিঙলৈ উভতি আহে। তেওঁ ভাৰতত ২০০৮ চনৰ এচিয় মহিলা মুষ্টিযুদ্ব খিতাপত সোণ<ref name=E-Pao /> আৰু [[চীন]]ত ২০০৮ চনৰ AIBA মহিলাৰ বক্সিং খিতাপৰ প্ৰতিযোগিতাত চতুৰ্থটো ক্ৰমিক স্বৰ্ণপদক জয় কৰে।<ref>[http://www.hindu.com/holnus/007200901261333.htm Mary makes women's boxing's Olympic case stronger: AIBA President]</ref> ২০০৯ চনত তেওঁ [[ভিয়েটনাম]]ত এচীয় ইনড'ৰ গেমচৰ মুষ্টিযুদ্ধ শিতানত সোণৰ পদক পায়।
২০১০ চনত কমে [[কাজাখস্তান]]ৰ ২০১০ এচিয় মহিলা মুষ্টিযুদ্ব খিতাপৰ প্ৰতিযোগিতাত স্বৰ্ণপদক<ref name=E-Pao>{{cite web|last=E-Pao|title=Mangte Chungneijang Mary Kom :: Manipur Olympic Dreams 2012 London|url=http://e-pao.net/epSubPageExtractor.asp?src=leisure.Sports.Manipur_Olympic_Dreams_2012_London.Mangte_Chungneijang_Mary_Kom_Manipur_Olympic_Dreams_2012_London|work=About Mary Kom|publisher=E-Pao|accessdate=6 August 2012}}</ref>, আৰু তাৰ পাচত ২০১০ চনতে [[বাৰ্বাড'চ]]ৰ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত ৪৮ কিলোগ্ৰাম বিভাগত (কাৰণ AIBA -ই ইতিমধ্যে ৪৬ কিলোগ্ৰাম বিভাগটো আঁতৰাই দিছিল) একাধাৰে তেওঁৰ এই প্ৰতিযোগিতাৰ পঞ্চমটো স্বৰ্ণপদক জয় কৰে।<ref name=toi>{{cite web|title=Mary Kom wins fifth successive World Boxing Championship gold|url=http://articles.timesofindia.indiatimes.com/2010-09-19/boxing/28263496_1_ningbo-city-mc-mary-kom-world-boxing-championship-gold|publisher=The Times of India|author=Laxmi Negi|date=19-09-2010}}</ref> ২০১০ এচিয়ান গেমচৰ ৫১ কিলোগ্ৰাম শিতানত (এচিয়ান গেমচৰ নিম্নতম ওজন বিভাগ) তেওঁ মুষ্টিযুদ্ধত ব্ৰঞ্জৰ পদক পায়। {{cn|date=August 2012}} ২০১১ -ত তেওঁ চীনত অনুষ্ঠিত এচীয়া মহিলা কাপত ৪৮ কিলোগ্ৰাম শিতানত সোণৰ পদক লাভ কৰে {{cn|date=August 2012}} আৰু ২০১২ চনৰ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা ২০১২ AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত [[মংগোলীয়া]]ত ৫১ কিলোগ্ৰাম শ্ৰেণীত স্বৰ্ণ পদক অৰ্জন কৰে।<ref>{{cite web|url=http://www.aiba.org/en-US/news/ozqsp/newsId/4574/news.aspx|title=Mary Kom crowned Asian Champion in Ulanbaatar|date=26 March 2012}}</ref>
155 নং শাৰী:
*[[আন্তৰ্জাতিক বক্সিং সংস্থা]]ৰ মহিলা বক্সিং এম্বেচেদৰ ২০০৯<ref>Manipur Express, 31.6.2006 Sat, Ed. L. Chinkhanlian, Lamka; The Sangai Express, 19.4.2008, Imphal</ref><ref>{{cite web|url=http://zogam.com/index.php?option=com_content&task=view&id=6828&Itemid=224 |title=MARY KOM MC (Mangte Chungneijang) |publisher=Zogam.Com |date=2009-11-03 |first=Dr. G. |last=Zamzachin |accessdate=2010-05-08}}</ref>
*স্পৰ্টছৱ'মেন অফ দা ইয়েৰ ২০১০, ছাহাৰা চ্পৰ্টছ এৱাৰ্ড<ref>{{cite news|url=http://liveindia.tv/sports/sahara-sports-awards-sushil-kumar-mary-kom-get-top-honours/|title=Sahara Sports Awards: Sushil Kumar, Mary Kom get top honours|date=October 31, 2010}}</ref>
==তথ্য সংগ্ৰহ==
Line 168 ⟶ 165:
*[https://archive.is/20121209122451/www.london2012.com/athlete/hmangte-chungneijang-mery-kom-1074112/ ২০১২ লণ্ডন অলিম্পিক]
{{অলিম্পিকত পদক বিজয়ী ভাৰতীয়}}
{{ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা}}
[[শ্ৰেণী:মণিপুৰৰ ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ ক্ৰীড়াবিদ]]
[[শ্ৰেণী:বক্সিং খেলুৱৈ]]
[[শ্ৰেণী:ভাৰতীয় অলিম্পিক প্ৰতিযোগী]]
▲[[শ্ৰেণী:মণিপুৰৰ ব্যক্তি]]
[[শ্ৰেণী:অৰ্জুন বঁটা বিজয়ী]]
[[শ্ৰেণী:ৰাজীৱ গান্ধী খেলৰত্ন বঁটা বিজয়ী]]
|