১০ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

12 নং শাৰী:
* ১৮৭০ - ইংৰাজ পদাৰ্থ বিজ্ঞানী [[আৰ্নেষ্ট ৰাডাৰফোৰ্ড]]ৰ জন্ম হয়। তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল লাভ কৰিছিল ১৯০৮ চনত।
* ১৮৯৪ - ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি ভাৰত-ৰত্ন [[বৰাহগিৰি বেংকটগিৰি]]ৰ জন্ম হৈছিল।
* ১৯৩৮ - ফটেহ সিং ৰাথোড়, প্ৰকৃতিবিদ।
* ১৯৬০ - এণ্টনিঅ' বেণ্ডেৰাছ, স্পেইনৰ অভিনেতা আৰু গায়ক।
* ১৯৬৩ - ভাৰতীয় লোকসভাৰ সাংসদ; একালৰ দস্যু ৰাণী [[ফুলন দেৱী]]ৰ জন্ম হৈছিল।
"https://as.wikipedia.org/wiki/১০_আগষ্ট"ৰ পৰা অনা হৈছে