সহদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

মহাভাৰতৰ পঞ্চ পাণ্ডৱৰ ভিতৰৰ কণিষ্ঠ ভাতৃ
Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox character | color = #FFC569 | info-hdr = Personal Information | image = Sahadeva.jpg | caption = Artistic depiction of Sahadeva in Mayasabha }} মহাভাৰতৰ মতে সহদেৱ হ'ল পঞ্চম পাণ্ডৱনকুলৰ যমজ ভাই সহদেৱ ৰাণী মাদ্ৰীৰ গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্...
(কোনো পাৰ্থক্য নাই)

00:55, 11 August 2021ৰ সংস্কৰণ

মহাভাৰতৰ মতে সহদেৱ হ'ল পঞ্চম পাণ্ডৱনকুলৰ যমজ ভাই সহদেৱ ৰাণী মাদ্ৰীৰ গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে। সহদেৱ ত্ৰিকালদৰ্শী আৰু পৰশু অস্ত্ৰৰ নিপুণ যোদ্ধা আছিল।

সহদেৱ
চিত্ৰ:Sahadeva.jpg
Artistic depiction of Sahadeva in Mayasabha

তথ্যসূত্ৰ

সাঁচ:পুৰাণ

সাঁচ: মহাভাৰতৰ চৰিত্ৰ