সহদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

17 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
Unreferenced
No edit summary
(Unreferenced)
{{Unreferenced}}
[[File:Arishtanemi-Sahadeva.jpg|thumb|বনবাসৰ সময়ত গৰখীয়াৰ ৰূপত সহদেৱ]]
[[মহাভাৰত]]ৰ মতে সহদেৱ হ'ল পঞ্চম [[পাণ্ডৱ]]। [[নকুল]]ৰ যমজ ভাই [[সহদেৱ]] ৰাণী [[মাদ্ৰী|মাদ্ৰীৰ]] গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে।
10,749

টা সম্পাদনা