সহদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{Unreferenced}}
{{Stub}}
[[File:Arishtanemi-Sahadeva.jpg|thumb|বনবাসৰ সময়ত গৰখীয়াৰ ৰূপত সহদেৱ]]
[[মহাভাৰত]]ৰ মতে সহদেৱ হ'ল পঞ্চম [[পাণ্ডৱ]]। [[নকুল]]ৰ যমজ ভাই [[সহদেৱ]] ৰাণী [[মাদ্ৰী|মাদ্ৰীৰ]] গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে।
সহদেৱ ত্ৰিকালদৰ্শী আৰু পৰশু অস্ত্ৰৰ নিপুণ যোদ্ধা আছিল।
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/সহদেৱ"ৰ পৰা অনা হৈছে