মহাদেৱ গোবিন্দ ৰানডে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox person | name = মহাদেৱ গোবিন্দ ৰাণাডে<br />Mahadev Govind Ranade | image = Mahadev Govind Ranade.jpg | image_size = 220px | caption = | birth_date = {{birth-date|18 January 1842}} | birth_place = নাশিক জিলা, বোম্বাই প্ৰেছিডেন্সী, ব্ৰিটিছশাসিত ভাৰত | death_date...
 
No edit summary
4 নং শাৰী:
| image_size = 220px
| caption =
| birth_date = {{birth-date|18১৮ Januaryজানুৱাৰী, 1842}}১৮৪২
| birth_place = নাশিক জিলা, [[বোম্বাই]] প্ৰেছিডেন্সী, ব্ৰিটিছশাসিত ভাৰত
| death_date = {{death-date১৬ andজানুৱাৰী, age|16 January 1901|18 January 1842}}১৯০১
| death_place = বোম্বাই প্ৰেচিডেন্সী, ভাৰত
| occupation = পণ্ডিত, সমাজ সংস্কাৰক, লিখক
18 নং শাৰী:
 
মহাদেৱ গোবিন্দ ৰাণাডে এগৰাকী বহুল জনপ্ৰিয় ব্যক্তি আছিল৷ তেখেতৰ ধৈৰ্যশীলতা আৰু শান্ত স্বভাৱে ব্ৰিটেইনত কিছুমান কৰ্ম সম্পাদন কৰাত আৰু ভাৰতবৰ্ষৰ সংস্কাৰ সাধন কৰাত সহায় কৰিছিল৷ তেখেতৰ জীৱনকালতে ''পুনা সাৰ্বজনিক সভা'', ''ৱকট্ৰুটৱট্টেজাক সভা'', ''মহাৰাষ্ট্ৰ গ্ৰন্থতেজাক সভা'' আৰু [[প্ৰাৰ্থনা সমাজ]]ৰ প্ৰতিষ্ঠা হৈছিল৷ তেখেতৰ সম্পাদনাত বোম্বাইৰ পৰা ''ইন্দুপ্ৰকাশ'' নামৰ এখন ইংৰাজী-মাৰাঠী দৈনিক কাকত প্ৰকাশিত হৈছিল, যাৰ ভেটি আছিল ৰাণাডেৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰমুখী বিচাৰধাৰা৷ তেখেতক ''ৰাও বাহাদুৰ'' উপাধি প্ৰদান কৰা হৈছিল৷ <ref name="Ranade1992">{{cite book|author=Mahadev Govind Ranade (Rao Bahadur)|title=The Miscellaneous Writings of the Late Hon'ble Mr. Justice M.G. Ranade|url=https://books.google.com/books?id=Q55IAAAAYAAJ|year=1992|publisher=Sahitya Akademi}}</ref>
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
 
[[File:Ranade Statue.jpg|thumb|বিচাৰপতি ৰাণাডেৰ এটি মূৰ্তি, [[মুম্বাই]]ত]]
নাশিক জিলাৰ নিফাদ নিবাসী এটা চিটপৱন পৰিয়ালত মহাদেৱ গোবিন্দ ৰাণাডেৰ জন্ম হৈছিল৷ <ref>{{cite book|last1=Wolpert|first1=Stanley A.|title=Tilak and Gokhale: Revolution and Reform in the Making of Modern India By|date=April 1991|publisher=Oxford University Press|location=Oxford|isbn=978-0195623925|page=302}}</ref> কোলহাপুৰৰ এখনি মাৰাঠী বিদ্যালয়ত তেখেতে পঢ়া-শুনা কৰিছিল আৰু পৰৱৰ্তী সময়ত তেখেত ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ গৈছিল৷ ১৪ বছৰ বয়সত ৰাণাডেয়ে বোম্বাইৰ এলফিনষ্টন মহাবিদ্যালয়ত পঢ়িবলৈ যায়৷<ref name="Bharathi1998">{{cite book|author=K. S. Bharathi|title=Encyclopaedia of Eminent Thinkers: The political thought of Mahadev Govind Ranade|url=https://books.google.com/books?id=xkaM5HBfiN8C&pg=PA18|year=1998|publisher=Concept Publishing Company|isbn=978-81-8069-582-7|pages=18–}}</ref> বোম্বাই বিশ্ববিদ্যালয়ৰ প্ৰথমটো বছৰত অধ্যয়ন কৰা শিক্ষাৰ্থীসমূহৰ মাজত তেৱোঁ এজন আছিল৷ ১৮৬২ চনত তেওঁ কলা শাখাৰ স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু চাৰি বছৰৰ পাছত তেখেতে এলএলবি ডিগ্ৰী লাভ কৰে৷
==কৰ্মজীৱন==
===বিচাৰপতি===
১৮৬৬ চনত আইনত ডিগ্ৰী অৰ্জন কৰাৰ পাছত ৰাণাডেয়ে ১৮৭১ চনত এগৰাকী অধস্তন ন্যায়াধীশ হিচাপে কৰ্মনিৰ্বাহ কৰে৷ ৰাজনৈতিক কাৰ্যকলাপত জড়িত থকাৰ বাবে ব্ৰিটিছ কৰ্তৃপক্ষই তেখেতৰ পদোন্নতি ১৮৯৫ চন পৰ্যন্ত স্থগিত কৰাই ৰাখিছিল৷ <ref name="Wolpert1962">{{cite book|author=Stanley A. Wolpert|title=Tilak and Gokhale: Revolution and Reform in the Making of Modern India|url=https://books.google.com/books?id=De_ftH3bm-MC&pg=PA1|year=1962|publisher=University of California Press|page=12|id=GGKEY:49PR049CPBX}}</ref>
==তথ্য উৎস==
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]