পুণেৰী পাগুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
1 নং শাৰী:
[[File:Mahadev Govind Ranade.jpg|thumb|150px|right|পূণেৰী পাগুৰী পিন্ধি থকা অৱস্থাত [[মহাদেৱ গোবিন্দ ৰাণাদেৰাণাডে]]]]
'''পূণেৰী পাগুৰী''' ({{Lang-en|Puneri Pagadi}}) মহাৰাষ্ট্ৰৰ পূণে নগৰীৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা এক প্ৰকাৰৰ পাগুৰী।<ref name=BS>{{cite web|title=Indian association seeks IPR for 'Puneri Pagadi'|url=http://www.business-standard.com/india/news/indian-association-seeks-ipr-for-%5Cpuneri-pagadi%5C/354259/|publisher=Business Standard|accessdate=12 June 2012|date=7 April 2009}}</ref> দুই শতিকাৰ আগতে ইয়াৰ প্ৰচলন আৰম্ভ হৈছিল।<ref name=mid-day/> এই পাগুৰী সন্মানৰ প্ৰতীক হ'লেও আজি কালি মহাবিদ্যালয় বোৰত পাৰম্পাৰিক দিনসমূহতো ব্যৱহাৰ কৰা দেখা যায়।<ref name="theindianexpress"/> এই পাগুৰীৰ সুকীয়া পৰিচয় ৰক্ষা কৰিবলৈ স্থানীয় লোকসকলে "ভৌগোলিক পৰিচায়ক"ৰ মৰ্যাদা দাবী কৰিছিল।<ref name="theindianexpress"/> ২০০৯ চনৰ ৪ ছেপ্তেম্বৰত তেওঁলোকৰ বহুদিনৰ দাবী পূৰণ হ’ল আৰু এই পাগুৰী এক বৌদ্ধিক সম্পদৰূপে পৰিগণিত হ’ল।<ref name=BS /><ref name="theindianexpress"/><ref name=ZeeNews/><ref name=oneindia/><ref name=mid-day2/>
 
==ইতিহাস==
[[File:Turban Fitters Pune India 1890.jpg|thumb|পূণেৰ টাৰ্বান ফিটাৰ্চফিতাৰ্চ, ১৮৯০]]
১৯ শতিকাৰ এজন সমাজ-সংঘঠক [[মহাদেৱ গোৱিন্দগোবিন্দ ৰাণাদেৰাণাডে]] পোন-প্ৰথমে এই পাগুৰীৰ প্ৰচলন কৰিছিল। পিছলৈ কেইবাজনো বিখ্যাত নেতা লোকমান্য তিলক, জে.এছ. কৰণদিকাৰ, দি.দি. চাথে, তাতিয়াচাহেব কেলকাৰ আৰু দাত্তু বামন পটদাৰে এই পাগুৰী পিন্ধিছিল।<ref name=mid-day>{{cite web|title=Turban legend: Puneri Pagadi may soon get intellectual property tag|url=http://www.mid-day.com/news/2009/apr/060409-Pune-News-property-tag-Puneri-Pagadi-Turban-intellectual-property-rights.htm|publisher=Mid-day|date=6 April 2009|accessdate=13 June 2012}}</ref> ১৯৭৩ চনৰ মাৰাঠী ভাষাৰ নাটক "ঘাচীৰাম কটৱাল"ৰ পৰা ই আৰু অধিক জনপ্ৰিয় হৈ পৰিল।<ref name="theindianexpress">{{cite web|title=The Pagadi Unravelled|url=http://www.indianexpress.com/news/the-pagadi-unravelled/825919/1|publisher=The Indian Express|author=Shruti Nambiar|pages=1–2|date=2 August 2011|accessdate=13 June 2012}}</ref>
 
==ব্যৱহাৰ==