১২ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
10 নং শাৰী:
# ১৯৫৫ চনৰ এই দিনটোত প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা [[সাহিত্য]]ৰ [[ন'বেল বঁটা]] বিজয়ী [[টমাছ মান]]ৰ মৃত্যু হৈছিল।
 
==দিৱস==
==অনান্য==
#* [[আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস]] ([[ৰাষ্ট্ৰসংঘ]])
# ১৯৩৫ চনৰ এই দিনটোতে প্ৰকাশ হয় অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল [[নীলমণি ফুকন]]।
# ১৭৬৫ চনৰ এই দিনটোতে বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰপৰা বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/১২_আগষ্ট"ৰ পৰা অনা হৈছে