2,706
টা সম্পাদনা
(→অনান্য) |
No edit summary |
||
{{আজিৰ দিনটো|12|08|224}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
==ঘটনাৱলী==
* ১৭৬৫ - বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰপৰা বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
* ১৯৩৫ - অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল [[নীলমণি ফুকন]]।
==জন্ম==
▲# ১৯০৮ চনৰ এই দিনটোতে অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা [[ৰবীন বেনাৰ্জী]]ৰ জন্ম হৈছিল।
== মৃত্যু==
==দিৱস==
|
টা সম্পাদনা