"১২ আগষ্ট"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

784 বাইট যোগ দিয়া হ’ল ,  2 মাহ পূৰ্বে
সম্পাদনা সাৰংশ নাই
{{আজিৰ দিনটো|12|08|224}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৱলী==
* ১৭৬৫ - বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰপৰা বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
* ১৯৩৫ - অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল [[নীলমণি ফুকন]]।
 
 
==জন্ম==
#* ১৯০৮ চনৰ এই দিনটোতে- অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা [[ৰবীন বেনাৰ্জী]]ৰ জন্ম হৈছিল।
#* ১৯১৯ চনৰ এই দিনটোতে- ভাৰতীয় মহাকাশ বিজ্ঞানী [[বিক্ৰম সাৰাভাই]]ৰ জন্ম হৈছিল।
# ১৯০৮ চনৰ এই দিনটোতে অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা [[ৰবীন বেনাৰ্জী]]ৰ জন্ম হৈছিল।
 
 
== মৃত্যু==
#* ১৬০২ চনৰ এই দিনটোতে- আকবৰ নামে খ্যাত [[অবুল ফজল]]ৰ মৃত্যু হৈছিল।
#* ১৮৪৮ চনৰ এই দিনটোতে- ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক [[জৰ্জ ষ্টিফেনচন]]ৰ মৃত্যু হৈছিল।
#* ১৯৫৫ চনৰ এই দিনটোত- প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা [[সাহিত্য]]ৰ [[ন'বেল বঁটা]] বিজয়ী [[টমাছ মান]]ৰ মৃত্যু হৈছিল।
 
==দিৱস==
2,504

টা সম্পাদনা