১২ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

3 নং শাৰী:
==ঘটনাৱলী==
* ১৭৬৫ - বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰপৰা বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
* ১৮৩৩ - আমেৰিকাৰ চিকাগো চহৰ স্থাপন কৰা হৈছিল।
* ১৯৩৫ - অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল ককা [[নীলমণি ফুকন (জ্যেষ্ঠ) |নীলমণি ফুকন]]।
 
"https://as.wikipedia.org/wiki/১২_আগষ্ট"ৰ পৰা অনা হৈছে