"১২ আগষ্ট"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

120 বাইট যোগ দিয়া হ’ল ,  2 মাহ পূৰ্বে
== মৃত্যু==
* ১৬০২ - [[আকবৰনামাৰ]] আৰু [[আইন-ই-আকবৰী]]ৰ লেখক, অনুবাদক, ইতিহাসবিদ, আকবৰৰ মন্ত্ৰী আৰু [[আকবৰ]]ৰ ৰাজসভাৰ [[আকবৰৰ নৱৰত্ন |নৱৰত্ন]] সকলৰ এজন, [[অবুল ফজল]]ৰ মৃত্যু হৈছিল।
* ১৮২৭ - ৱিলিয়াম ব্লেক, ইংৰাজ কবি আৰু চিত্ৰকৰ।
* ১৮৪৮ - ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক [[জৰ্জ ষ্টিফেনচন]]ৰ মৃত্যু হৈছিল।
* ১৯৫৫ - প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা [[সাহিত্য]]ৰ [[ন'বেল বঁটা]] বিজয়ী [[টমাছ মান]]ৰ মৃত্যু হৈছিল।
2,504

টা সম্পাদনা