১২ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

10 নং শাৰী:
 
==জন্ম==
* ১৫০৩ - ডেনমাৰ্ক আৰু নৰৱেৰ ৰজা খ্ৰীষ্টিয়ান - তৃতীয়ৰ জন্ম হৈছিল।
* ১৯০৮ - অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা [[ৰবীন বেনাৰ্জী]]ৰ জন্ম হৈছিল।
* ১৯১৪ - তেজী বচ্চন, সমাজকৰ্মী, মহানায়ক অমিতাভ বচ্চনৰ মাতৃ।
* ১৯১৯ - ভাৰতীয় মহাকাশ বিজ্ঞানী [[বিক্ৰম সাৰাভাই]]ৰ জন্ম হৈছিল।
* ১৯৭১ - পিট চাম্প্ৰাছ, আমেৰিকাৰ ১৪ টা১৪টা গ্লেণ্ড শ্লাম জিকা টেনিছ খেলুৱৈ।
* ১৯৮৮ - টাইছন ফিউৰি, বৰ্তমানৰ অপৰাজেয় দুবাৰ হেভিৱেইট বক্সিঙৰ (ডব্লিউ বি চি আৰু দা ৰিং) বিশ্ব বিজয়ী খেলুৱৈ।
* ১৯৯০ - ইটালীৰ ফুটবল খেলুৱৈ মাৰিঅ' বেল'টেলী।
 
"https://as.wikipedia.org/wiki/১২_আগষ্ট"ৰ পৰা অনা হৈছে