"১২ আগষ্ট"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

18 বাইট যোগ দিয়া হ’ল ,  2 মাহ পূৰ্বে
 
==ঘটনাৱলী==
* ১৭৬৫ - বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰপৰাআলম - দ্বিতীয়ই বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
* ১৮৩৩ - আমেৰিকাৰ চিকাগো চহৰ স্থাপন কৰা হৈছিল।
* ১৮৫১ - আমেৰিকাৰ উদ্ভাৱক আইজাক চিংগাৰে চিলাই মেছিনৰ পেটেণ্ট কৰিছিল।
2,504

টা সম্পাদনা