দয়ানন্দ সৰস্বতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
24 নং শাৰী:
| quote = প্ৰতিটো ধৰ্মৰে অনুগামীসকলৰ মাজত তৰ্কাতীতভাৱে অনেক শিক্ষিত লোক আছে৷ তেওঁলোকে প্ৰচলিত বিশ্বাসৰ পৰা নিজকে পৃথক কৰিব লাগে আৰু সাৰ্বজনীন সত্যক আঁকোৱালি ল'ব লাগে৷ যিবোৰ সত্য সকলো ধৰ্মতে বিদ্যমান আৰু যিবোৰ সত্যৰ সাৰ্বজনীন প্ৰয়োগ সম্ভৱ৷ ধৰ্মৰ মাজত বৈসাদৃশ্য থকা বস্তুবোৰ ত্যাগ কৰিব লাগে আৰু পাৰস্পৰিক সৌহাদ্য বৰ্তাই ৰাখিব লাগিব৷ পৃথিৱীৰ বাবেই সেইটোৱেই সুবিধাজনক কথা হ'ব৷
}}
{{Hindu philosophy}}
'''দয়ানন্দ সৰস্বতী''' ({{lang-en|Dayananda Saraswati}}<ref name=":0" /> ({{audio|Dayananda Saraswati.ogg|উচ্চাৰণ}}) (১২ ফেব্ৰুৱাৰী ১৮২৪ – ৩০ অক্টোবৰ ১৮৮৩) আছিল এগৰাকী ভাৰতীয় দাৰ্শনিক, সামাজিক নেতা আৰু সংস্কাৰমুখী আন্দোলন [[আৰ্য সমাজ]]ৰ প্ৰতিষ্ঠাতা৷ ১৮৭৬ চনত লোকমান্য [[বাল গঙ্গাধৰ তিলক]]ৰ নেতৃত্বত হোৱা "ভাৰতীয়ৰ বাবে ভাৰত" শীৰ্ষক আহ্বান জনোৱা তেখেত আছিল প্ৰথম ভাৰতীয়৷ <ref name=":0">Aurobindo Ghosh, ''Bankim Tilak Dayanand'' (Calcutta 1947, p. 1) "Lokmanya Tilak also said that Swami Dayanand was the first who proclaimed Swaraj for Bharatpita i.e. India."</ref><ref>Dayanand Saraswati ''Commentary on Yajurved'' (Lazarus Press Banaras 1876)</ref> মূৰ্তিপূজা আৰু পৰম্পৰাগত ৰীতি-নীতি পৰিহাৰ কৰি দয়ানন্দ সৰস্বতীয়ে বৈদিক বিচাৰধাৰা পুনৰুত্থান কৰিবলৈ প্ৰয়াস কৰিছিল৷ ভাৰতৰ দাৰ্শনিক, ৰাষ্ট্ৰপতি [[সৰ্বপল্লী ৰাধাকৃষ্ণন|সৰ্বপল্লী ৰাধাকৃষ্ণনে]] শ্ৰী অৰবিন্দৰ দৰে তেখেতকো "ভাৰতৰ এগৰাকী নিৰ্মাতা" আখ্যা দিছিল৷<ref>{{cite book |title=Living with a Purpose|year=2005 |first= S. |last = Radhakrishnan|publisher=Orient Paperbacks|isbn=978-81-222-0031-7 |page= 34|url=https://books.google.com/books?id=8_DrAZbdlTAC&pg=PA34 }}</ref><ref>{{cite book |title=Essays on modern Indian Abuse |last= Kumar|first=Raj |year=2003|publisher=Discovery Publishing House|isbn=978-81-7141-690-5|page= 62|chapter =5. Swami Dayananda Saraswati: Life and Works|chapter-url=https://books.google.com/books?id=5L_2-w13fMMC&pg=PA62}}</ref><ref>{{cite book |title=Hindu iconoclasts: Rammohun Roy, Dayananda Sarasvati and nineteenth-century polemics against idolatry|last=Salmond |first=Noel Anthony|year=2004|publisher=Wilfrid Laurier Univ. Press|isbn=978-0-88920-419-5 |page= 65|chapter=3. Dayananda Saraswati|chapter-url=https://books.google.com/books?id=wxjArixq5hcC }}</ref>
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==