মহাদেৱ গোবিন্দ ৰানডে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox person
| name = মহাদেৱ গোবিন্দ ৰাণাডে<br
| image = />Mahadev Govind Ranade.jpg
| image_size = 220px
| image = Mahadev Govind Ranade.jpg
| caption =
| image_size = 220px
| birth_date = ১৮ জানুৱাৰী, ১৮৪২
| caption =
| birth_place = নাশিক জিলা, [[বোম্বাই]] প্ৰেছিডেন্সী, ব্ৰিটিছশাসিত ভাৰত
| birth_date = ১৮ জানুৱাৰী, ১৮৪২
| death_date = ১৬ জানুৱাৰী, ১৯০১
| birth_place = নাশিক জিলা, [[বোম্বাই]] প্ৰেছিডেন্সী, ব্ৰিটিছশাসিত ভাৰত
| death_place = বোম্বাই প্ৰেচিডেন্সী, ভাৰত
| death_date = ১৬ জানুৱাৰী, ১৯০১
| occupation = পণ্ডিত, সমাজ সংস্কাৰক, লিখক
| death_place = বোম্বাই প্ৰেচিডেন্সী, ভাৰত
| citizenship = ব্ৰিটিছ ৰাজ
| occupation = পণ্ডিত, সমাজ সংস্কাৰক, লিখক
| party known_for = [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ সহ-প্ৰতিষ্ঠাপক
| citizenship = ব্ৰিটিছ ৰাজ
| known_for party = [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ সহ-প্ৰতিষ্ঠাপক
| alma_mater = [[বোম্বাই বিশ্ববিদ্যালয়]]
| party = [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]
| spouse = ৰামাবাই ৰাণাডে
| alma_mater = [[বোম্বাই বিশ্ববিদ্যালয়]]
| spouse = ৰামাবাই ৰাণাডে
}}
ৰাও বাহাদুৰ '''মহাদেৱ গোবিন্দ ৰাণাডে''' ({{lang-en|Mahadev Govind Ranade}}, জন্ম- ১৮ জানুৱাৰী ১৮৪২-১৬ জানুৱাৰী ১৯০১)ৰ জনপ্ৰিয় নাম আছিল '''বিচাৰপতি ৰাণাডে''' (বা '''{{lang|en|Justice Ranade}}'''৷)। ৰাণাডে এজন ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক৷লেখক। তেখেত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল৷আছিল।<ref name=EB1911>{{cite EB1911 |wstitle=Ranade, Mahadeo Govind |volume=22 |page=884}}</ref><ref name="biogovind">{{cite web |title= Mahadev Govinde Ranade |url=http://www.rrtd.nic.in/biogovind.html |access-date=2015-08-22}}</ref> তেখেতে বোম্বাই আইন পৰিষদত কেইবাটাও পদ অলংকৃত কৰিছিল৷কৰিছিল। আনহাতে কেন্দ্ৰত তেখেত বিত্ত সমিতিৰ সদস্য আছিল৷আছিল।<ref name=EB1911/>মহাৰাষ্ট্ৰৰ বোম্বাই উচ্চ ন্যায়ালয়ত তেখেত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷কৰিছিল।<ref>"Encyclopaedia Eminent Thinkers (Vol. 22 : The Political Thought of Mahadev Govind Ranade)", p. 19</ref>
 
মহাদেৱ গোবিন্দ ৰাণাডে এগৰাকী বহুল জনপ্ৰিয় ব্যক্তি আছিল৷আছিল। তেখেতৰ ধৈৰ্যশীলতা আৰু শান্ত স্বভাৱে ব্ৰিটেইনত কিছুমান কৰ্ম সম্পাদন কৰাত আৰু ভাৰতবৰ্ষৰ সংস্কাৰ সাধন কৰাত সহায় কৰিছিল৷কৰিছিল। তেখেতৰ জীৱনকালতে ''পুনা সাৰ্বজনিক সভা'', ''ৱকট্ৰুটৱট্টেজাক সভা'', ''মহাৰাষ্ট্ৰ গ্ৰন্থতেজাক সভা'' আৰু [[প্ৰাৰ্থনা সমাজ]]ৰ প্ৰতিষ্ঠা হৈছিল৷হৈছিল। তেখেতৰ সম্পাদনাত বোম্বাইৰ পৰা ''ইন্দুপ্ৰকাশ'' নামৰ এখন ইংৰাজী-মাৰাঠী দৈনিক কাকত প্ৰকাশিত হৈছিল, যাৰ ভেটি আছিল ৰাণাডেৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰমুখী বিচাৰধাৰা৷বিচাৰধাৰা। তেখেতক ''ৰাও বাহাদুৰ'' উপাধি প্ৰদান কৰা হৈছিল৷ হৈছিল।<ref name="Ranade1992">{{cite book|author=Mahadev Govind Ranade (Rao Bahadur)|title=The Miscellaneous Writings of the Late Hon'ble Mr. Justice M.G. Ranade|url=https://books.google.com/books?id=Q55IAAAAYAAJ|year=1992|publisher=Sahitya Akademi}}</ref>
 
মহাদেৱ গোবিন্দ ৰাণাডে এগৰাকী বহুল জনপ্ৰিয় ব্যক্তি আছিল৷ তেখেতৰ ধৈৰ্যশীলতা আৰু শান্ত স্বভাৱে ব্ৰিটেইনত কিছুমান কৰ্ম সম্পাদন কৰাত আৰু ভাৰতবৰ্ষৰ সংস্কাৰ সাধন কৰাত সহায় কৰিছিল৷ তেখেতৰ জীৱনকালতে ''পুনা সাৰ্বজনিক সভা'', ''ৱকট্ৰুটৱট্টেজাক সভা'', ''মহাৰাষ্ট্ৰ গ্ৰন্থতেজাক সভা'' আৰু [[প্ৰাৰ্থনা সমাজ]]ৰ প্ৰতিষ্ঠা হৈছিল৷ তেখেতৰ সম্পাদনাত বোম্বাইৰ পৰা ''ইন্দুপ্ৰকাশ'' নামৰ এখন ইংৰাজী-মাৰাঠী দৈনিক কাকত প্ৰকাশিত হৈছিল, যাৰ ভেটি আছিল ৰাণাডেৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰমুখী বিচাৰধাৰা৷ তেখেতক ''ৰাও বাহাদুৰ'' উপাধি প্ৰদান কৰা হৈছিল৷ <ref name="Ranade1992">{{cite book|author=Mahadev Govind Ranade (Rao Bahadur)|title=The Miscellaneous Writings of the Late Hon'ble Mr. Justice M.G. Ranade|url=https://books.google.com/books?id=Q55IAAAAYAAJ|year=1992|publisher=Sahitya Akademi}}</ref>
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
[[File:Ranade Statue.jpg|thumb|বিচাৰপতি ৰাণাডেৰ এটি মূৰ্তি, [[মুম্বাই]]ত]]
নাশিক জিলাৰ নিফাদ নিবাসী এটা চিটপৱন পৰিয়ালত মহাদেৱ গোবিন্দ ৰাণাডেৰ জন্ম হৈছিল৷ হৈছিল।<ref>{{cite book|last1=Wolpert|first1=Stanley A.|title=Tilak and Gokhale: Revolution and Reform in the Making of Modern India By|date=April 1991|publisher=Oxford University Press|location=Oxford|isbn=978-0195623925|page=302}}</ref> কোলহাপুৰৰ এখনি মাৰাঠী বিদ্যালয়ত তেখেতে পঢ়া-শুনা কৰিছিল আৰু পৰৱৰ্তী সময়ত তেখেত ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ গৈছিল৷গৈছিল। ১৪ বছৰ বয়সত ৰাণাডেয়ে বোম্বাইৰ এলফিনষ্টন মহাবিদ্যালয়ত পঢ়িবলৈ যায়৷যায়।<ref name="Bharathi1998">{{cite book|author=K. S. Bharathi|title=Encyclopaedia of Eminent Thinkers: The political thought of Mahadev Govind Ranade|url=https://books.google.com/books?id=xkaM5HBfiN8C&pg=PA18|year=1998|publisher=Concept Publishing Company|isbn=978-81-8069-582-7|pages=18–}}</ref> বোম্বাই বিশ্ববিদ্যালয়ৰ প্ৰথমটো বছৰত অধ্যয়ন কৰা শিক্ষাৰ্থীসমূহৰ মাজত তেৱোঁ এজন আছিল৷আছিল। ১৮৬২ চনত তেওঁ কলা শাখাৰ স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু চাৰি বছৰৰ পাছত তেখেতে এলএলবি ডিগ্ৰী লাভ কৰে৷কৰে।
 
==কৰ্মজীৱন==
===বিচাৰপতি===
১৮৬৬ চনত আইনত ডিগ্ৰী অৰ্জন কৰাৰ পাছত ৰাণাডেয়ে ১৮৭১ চনত এগৰাকী অধস্তন ন্যায়াধীশ হিচাপে কৰ্মনিৰ্বাহ কৰে৷কৰে। ৰাজনৈতিক কাৰ্যকলাপত জড়িত থকাৰ বাবে ব্ৰিটিছ কৰ্তৃপক্ষই তেখেতৰ পদোন্নতি ১৮৯৫ চন পৰ্যন্ত স্থগিত কৰাই ৰাখিছিল৷ ৰাখিছিল।<ref name="Wolpert1962">{{cite book|author=Stanley A. Wolpert|title=Tilak and Gokhale: Revolution and Reform in the Making of Modern India|url=https://books.google.com/books?id=De_ftH3bm-MC&pg=PA1|year=1962|publisher=University of California Press|page=12|id=GGKEY:49PR049CPBX}}</ref>
===সামাজিক কৰ্ম===
ৰাণাডেৰ সামাজিক কৰ্মৰাজি পাশ্চাত্য সংস্কৃতি আৰু ঔপনিৱেশতাবাদী স্থিতিৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল৷হৈছিল। ধৰ্মীয় সংস্কাৰৰ পৰা আৰম্ভ কৰি পাৰিবাৰিক সংস্কাৰ সাধন কৰিব পৰাকৈ ৰাজহুৱা শিক্ষাব্যৱস্থালৈকে-সকলোতে ৰাণাডে জড়িত হৈছিল৷হৈছিল। তেখেতৰ নেতৃত্বত চলা ভাৰতীয় সমাজ ব্যৱস্থাৰ সংস্কাৰমুখী আন্দোলনটোৰ সাৰ অংশ আছিল "মানৱতাবাদকৰণ“মানৱতাবাদকৰণ, সাম্যকৰণ আৰু আধ্যাত্মিকীকৰণ"৷আধ্যাত্মিকীকৰণ।” এইসমূহ বিশিষ্টতা ভাৰতীয় সমাজত অনুপস্থিত বুলি তেখেতে গণ্য কৰিছিল৷কৰিছিল।<ref name="Singh2015">{{cite book|author=Hulas Singh|title=Rise of Reason: Intellectual history of 19th-century Maharashtra|url=https://books.google.com/books?id=0jnbCgAAQBAJ&pg=PA303|date=25 September 2015|publisher=Routledge|isbn=978-1-317-39874-5|pages=303–}}</ref>
====প্ৰাৰ্থনা সমাজ====
{{main|প্ৰাৰ্থনা সমাজ}}
ভাৰতীয় সমাজ ব্যৱস্থাটোক আধ্যাত্মিকীকৰণ কৰাৰ আঁৰত ৰাণাডেৰ এটা বিশেষ ধাৰণা আছিল৷আছিল। তেওঁ ভাবিছিল যে, হিন্দু ধৰ্মই ৰীতি-নীতি পালন কৰা আৰু পৰিয়ালকেন্দ্ৰিক, সমাজকেন্দ্ৰিক নিয়ম পালন কৰাত অত্যধিক গুৰুত্ব প্ৰদান কৰে৷কৰে। কিন্তু ''আধ্যাত্মিকতাবাদ''য়েআধ্যাত্মিকতাবাদয়ে বিশেষ গুৰুত্ব নাপায়৷নাপায়। ব্ৰিটিছৰ সংস্কাৰ হোৱা খ্ৰীষ্টান ধৰ্মৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাণাডেয়ে সেই ধৰ্মক আধ্যাত্মিকতামুখী বুলি বিবেচনা কৰিছিল৷ কৰিছিল। হিন্দু ধৰ্মক সংস্কাৰপ্ৰাপ্ত প্ৰটেষ্টাণ্ট গীৰ্জাৰ অধিক ওচৰ চপাই নিবৰ বাবে তেখেতে [[প্ৰাৰ্থনা সমাজ]]ৰ সহ-প্ৰতিষ্ঠা কৰিছিল৷কৰিছিল। প্ৰাৰ্থনা সমাজ আছিল এখন ধৰ্মীয় সমাজ যিখন সমাজে হিন্দুত্ববাদৰ ভক্তিবাদী স্বৰূপটো জীয়াই ৰাখি কিছুমান গুৰুত্বপূৰ্ণ হিন্দু গাঁথনি আৰু ৰীতি-নীতি নাকচ কৰিছিল৷কৰিছিল। তাৰে ভিতৰত ব্ৰাহ্মণ ধৰ্মযাজকো আছিল৷আছিল।
====নাৰী মুক্তি====
ৰাণাডেয়ে গ্ৰহণ কৰা "মানৱতাবাদকৰণ“মানৱতাবাদকৰণ আৰু সাম্যকৰণ"ৰসাম্যকৰণ”ৰ পদক্ষেপটোৰ মূল লক্ষ্য আছিল নাৰীসমাজ৷নাৰীসমাজ। ৰাণাডেয়ে "[[পৰ্দা প্ৰথা"]]ৰ বিৰোধিতা কৰিছিল৷কৰিছিল। তেখেত আছিল ''সামাজিক সন্মিলনী আন্দোলন''ৰআন্দোলনৰ প্ৰতিষ্ঠাপক, যাক তেওঁ আমৃত্যু পৰ্যন্ত সমৰ্থন কৰিছিল৷কৰিছিল।<ref name=EB1911/> ইয়াৰ জৰিয়তে ৰাণাডেয়ে বাল্যবিবাহ, ব্ৰাহ্মণ নাৰীৰ কেশচ্ছেদ, আড়ম্বৰপূৰ্ণ বিবাহকে ধৰি আন একাধিক ৰীতি-পৰম্পৰাৰ বিৰুদ্ধাচৰণ কৰিছিল৷কৰিছিল। তেখেতে বিধৱাবিৱাহবিধৱা বিবাহ আৰু স্ত্ৰীশিক্ষাৰ হকে সজোৰে মাত মাতিছিল৷ মাতিছিল।<ref name=EB1911/> ১৮৬১ চনত, কৈশোৰ অৱস্থাতে ৰাণাডেয়ে "বিধৱা বিবাহ সংঘ"ৰ সহ-প্ৰতিষ্ঠা কৰিছিল৷কৰিছিল।<ref>{{cite web|url=http://www.astrojyoti.com/modern-history-84.htm |title=THE GROWTH OF NEW INDIA, 1858-1905 |publisher=Astrojyoti.com |date=2012-05-17 |access-date=2012-07-07}}</ref>
====ছোৱালীৰ শিক্ষা====
১৮৮৫ চনত ৰাণাডে, ৱামন আবাজী মোডক আৰু ইতিহাসবিদ ডা. আৰ.জি. ভাণ্ডাৰকাৰে মহাৰাষ্ট্ৰ ছোৱালী শিক্ষা সমাজ প্ৰতিষ্ঠা কৰে৷কৰে। ইয়াৰ লগতে প্ৰতিষ্ঠিত হয় মহাৰাষ্ট্ৰৰ সৰ্বপুৰণি উচ্চ বিদ্যালয় ''হুজুৰপাগা''৷হুজুৰপাগা।<ref>{{cite book|last1=Bhattacharya|first1=edited by Sabyasachi|title=Education and the disprivileged : nineteenth and twentieth century India.|date=2002|publisher=Orient Longman|location=Hyderabad|isbn=978-8125021926|pages=239|edition=1. publ.|url=https://books.google.com/books?id=f-jBIp3iWdEC&q=tilak+swaraj&pg=PR7|access-date=12 September 2016}}</ref><ref>{{cite web|title=Huzurpaga|url=http://www.huzurpaga.com/about-us.php|website=Huzurpaga}}</ref><ref>Ghurye, G. S. (1954). Social Change in Maharashtra, II. Sociological Bulletin, page 51.</ref>
 
==তথ্য উৎস==
{{ৰেফলিষ্ট}}
 
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ স্বাধীনতা সংগ্ৰামী]]
[[শ্ৰেণী:সমাজ সংস্কাৰক]]
[[শ্ৰেণী:ভাৰতৰ ন্যায়াধীশ]]