ডিব্ৰুগড় বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
56 নং শাৰী:
| footnotes =
}}
'''ডিব্ৰুগড় বিশ্ববিদ্যালয়''' অসমৰ পূব প্ৰান্তত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়। ১৯৬৫ চনত অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা এই বিশ্ববিদ্যালয় স্থাপিত হয় <ref>[http://dibrugarh.nic.in/du.html NIC Dibrugarh]</ref>। অসমৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰৰূপে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য আৰু প্ৰযুক্তিবিদ্যা বিষয়ক শিক্ষাদানৰ বাবে বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰৰ উপৰিও এখন "অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিস্থান" আছে। বৰ্তমান এই বিশ্ববিদ্যালয়ৰদ্বাৰা অনুমোদিত মুঠ মহাবিদ্যালয়ৰ সংখ্যা ১৬০ <ref>[http://dibru.ac.in/INSIDE/Affiliated%20Colleges/Affilated%20Colleges.html Affiliated Colleges]</ref>।১৬০। ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ মুঠ মাটিকালি হ'ল ২০৩ হেক্টৰ; ইয়াৰে ৭৪.৩ হেক্টৰৰ এটা এলেকাত চাহখেতি কৰা হয়। এই বিশ্ববিদ্যালয়খন ডিব্ৰুগড় নগৰৰ কেন্দ্ৰবিন্দু "নতুন বজাৰ" ৰ পৰা প্ৰায় ৫ কি: মি: দক্ষিণে "ৰজাভেটা" অঞ্চলত অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বিশ্ববিদ্যালয় চৌহদৰ মাজেৰে পাৰ হৈ গৈছে।
 
==ইতিহাস==
67 নং শাৰী:
==শৈক্ষিক দিশ==
[[চিত্ৰ:admin.jpg|250px|thumb|right|প্ৰশাসনিক ভৱন]]
ডিব্ৰুগড় বিশ্বাবিদ্যালয়ত ২০০১-২০০২ শিক্ষাবৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম সমূহত ষান্মাসিক পদ্ধতি প্ৰয়োগ কৰা হৈছে আৰু ২০০৯-২০১০ শিক্ষাবৰ্ষৰ পৰা ইয়াক Choice Based Credit Systemলৈ উন্নীত কৰা হৈছে।হৈছে<ref>[http://www.dibru.ac.in/page.php?cat=Miscellaneous&id=CBCS]</ref>। ২০১১-২০১২ শিক্ষাবৰ্ষৰপৰা প্ৰযোজ্য হোৱাকৈ বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়সমূহৰ স্নাতক পাঠ্যক্ৰমত ষান্মাসিক পদ্ধতিৰ সূচনা কৰা হৈছে।
 
বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২০টাতকৈ অধিক বিষয়ত পি, এইচ, ডি, ডিগ্ৰী প্ৰদান কৰে। ০৩-০৫-২০১১ তাৰিখলৈকে বিশ্ববিদ্যালয়খনে মুঠ ১০৯৮ জন গৱেষকক বিভিন্ন বিষয়ত পি, এইচ, ডি, ডিগ্ৰী প্ৰদান কৰিছে। তদুপৰি বিশ্ববিদ্যালয়খনে বৰ্তমান দহটা বিষয়ত (অসমীয়া, ইংৰাজী, ৰসায়ন বিজ্ঞান,পদাৰ্থ বিজ্ঞান, বাণিজ্য, বুৰঞ্জী, গণিত, ৰাজনীতি বিজ্ঞান, সমাজতত্ব আৰু পৰিসংখ্যা) এম, ফিল ডিগ্ৰী প্ৰদান কৰে <ref>[http://dibru.ac.in/INSIDE/Academic/Programs%20and%20Courses.html Academic Programmes]</ref>।কৰে।
 
==বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ==