ডিব্ৰুগড় বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
67 নং শাৰী:
==শৈক্ষিক দিশ==
[[চিত্ৰ:admin.jpg|250px|thumb|right|প্ৰশাসনিক ভৱন]]
ডিব্ৰুগড় বিশ্বাবিদ্যালয়ত ২০০১-২০০২ শিক্ষাবৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম সমূহত ষান্মাসিক পদ্ধতি প্ৰয়োগ কৰা হৈছে আৰু ২০০৯-২০১০ শিক্ষাবৰ্ষৰ পৰা ইয়াক Choice Based Credit Systemলৈ উন্নীত কৰা হৈছে<ref>[http://www.dibru.ac.in/page.php?cat=Miscellaneous&id=CBCS CBCS]</ref>। ২০১১-২০১২ শিক্ষাবৰ্ষৰপৰা প্ৰযোজ্য হোৱাকৈ বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়সমূহৰ স্নাতক পাঠ্যক্ৰমত ষান্মাসিক পদ্ধতিৰ সূচনা কৰা হৈছে।
 
বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২০টাতকৈ অধিক বিষয়ত পি, এইচ, ডি, ডিগ্ৰী প্ৰদান কৰে। ০৩-০৫-২০১১ তাৰিখলৈকে বিশ্ববিদ্যালয়খনে মুঠ ১০৯৮ জন গৱেষকক বিভিন্ন বিষয়ত পি, এইচ, ডি, ডিগ্ৰী প্ৰদান কৰিছে। তদুপৰি বিশ্ববিদ্যালয়খনে বৰ্তমান দহটা বিষয়ত (অসমীয়া, ইংৰাজী, ৰসায়ন বিজ্ঞান,পদাৰ্থ বিজ্ঞান, বাণিজ্য, বুৰঞ্জী, গণিত, ৰাজনীতি বিজ্ঞান, সমাজতত্ব আৰু পৰিসংখ্যা) এম, ফিল ডিগ্ৰী প্ৰদান কৰে।