ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

/* {{anchor|GUIDE|HOWTO|INTERNET|JARGON|NOTCASE|NOTHOWTO|NOT#JARGON|notjarg|NOTMANUAL}} ৱিকিপিডিয়া কোনো হাতপুথি, প্ৰসংগপুথি, পাঠ্যপুথি বা বৈজ্ঞান...
109 নং শাৰী:
# '''বৈজ্ঞানিক আলোচনী বা গৱেষণা পত্ৰ।''' পঢ়ুৱৈজন বিষয়বস্তু সম্পৰ্কে ভালদৰে জ্ঞাত বুলি ভাবি প্ৰবন্ধ প্ৰস্তুত কৰা উচিত নহয় । প্ৰবন্ধৰ আৰম্ভণিৰ ভাষা সাধাৰণ পঢ়ুৱৈয়ে বুজি পোৱাকৈ সহজ-সৰল ভাষাত লিখা উচিত আৰু তাৰ পিছত বিতং বিৱৰণৰ ফালে অগ্ৰসৰ হোৱা উচিত । উচ্চস্তৰৰ পৰিভাষা আৰু তথ্য [[WP:LINK|ৱিকিসংযোগ]] হিছপে দিব লাগে ।
# '''বিদ্যায়তনিক ভাষা ।''' পাঠসমূহ সাধাৰণ পঢ়ুৱৈৰ বাবে লিখা উচিত, উচ্চ শিক্ষিতৰ বাবে নহয় । প্ৰবন্ধৰ শিৰোনামা যিমান পাৰি বিদ্যায়তনিক পৰিভাষা পৰিহাৰ কৰি [[ৱিকিপিডিয়া:নামাকৰণ ৰীতি (সাধাৰণ নাম)|সাধাৰণ ব্যৱহাৰ]] অনুসৰি হোৱা উচিত ।
# '''পৰিঘটনা/বিষয় অধ্যয়ন (case study)।''' অনেক ক্ষেত্রতক্ষেত্ৰত বিভিন্ন কাৰক বা অন্য বিষয়ৰ লগত বিষয়বস্তূৰ সম্পৰ্ক দৰ্শাই প্রবন্ধপ্ৰবন্ধ লিখা দেখা যায়। প্রসংগপ্ৰসংগ অনুসৰি অনেক ক্ষেত্রতক্ষেত্ৰত ই উপযোগী হ'ব পাৰে, যেনে "[[:en:Slate industry in Wales]]" আৰু "[[:en:Island Fox]]", কিন্তু '''"অসমৰ ৰয়েল বেংগল টাইগাৰ"''' বা '''"যোৰহাটৰ বিহু"''' -ৰ বিষয়ে প্রবন্ধপ্ৰবন্ধ প্রাসংগিকপ্ৰাসংগিক নহবও পাৰে। তদুপৰি এনে প্রবন্ধপ্ৰবন্ধ [[WP:POVFORK|POV fork]] বা [[WP:OR|মৌলিক গৱেষণা]] হোৱাৰহে সম্ভাবনা অধিক আৰু ৱিকিপিডিয়াৰ উপযুক্ত হ'ব নোৱাৰে।