১৫ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

21 নং শাৰী:
* ১৮৭২ - [[শ্ৰী অৰবিন্দ]], ভাৰতীয় দাৰ্শনিক, কবি আৰু সাংবাদিক।
* ১৯৩৮ - [[প্ৰাণ কুমাৰ শৰ্মা]], ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট। তেওঁক প্ৰধানকৈ জনপ্ৰিয় 'চাচা চৌধুৰী' নামৰ কমিকছ চৰিত্ৰৰ সৃষ্টিৰ বাবে জনা যায়। ২০১৪ চনৰ ৬ আগষ্টত ৭৫ বছৰ বয়সত নতুন দিল্লীত তেওঁৰ মৃত্যু হয়।
* ১৯৪৭ - [[ৰাখী গুলজাৰ]], পদ্মশ্ৰী, হিন্দী আৰু বাংলা কথাছবিৰ অভিনেত্ৰী।
* ১৯৭১ - আদনান্ চামী, বলীউডৰ গায়ক।
 
"https://as.wikipedia.org/wiki/১৫_আগষ্ট"ৰ পৰা অনা হৈছে