আহোম ধৰ্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2 নং শাৰী:
'''বানফি ধৰ্ম'''
|group='''টাই-আহোম ধৰ্ম'''|regions=[[অসম]] আৰু [[অৰুণাচল]]|scriptures=[[লিট্ লাই পেঞ কা কা]]|languages=[[আহোম ভাষা]]|notes=[[আহোম]] সকলৰ পৰম্পৰাগত টাই জনগোষ্ঠীয় ধৰ্ম}}
'''ফ্ৰালুং ধৰ্ম''' (''ফুৰালুং '' বুলি উচ্চাৰণ কৰা হয়,[[চীনা ভাষা]]:傣 阿洪 宗教 ,[[থাই ভাষা]]:ศาสนา ไทอาหม [[ইংৰাজী ভাষা]]:Phura-Lueng / Phra-Lueng) বা '''বানফি ধৰ্ম''' [[আহোম]] সকলৰ পৰম্পৰাগত টাই জনগোষ্ঠীয় পূৰ্বপুৰুষ উপাসনা কৰা ধৰ্ম। আহোম সকলে ১২২৮ ত [[চাওলুং চুকাফা]]ৰ লগত অসমলৈ আহোঁতে লগত তিনি শ্ৰেণীৰ পণ্ডিত ,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল। আহোম ধৰ্মটো মূলতঃ পূৰ্বপুৰুষ উপাসনা ভিক্তিক।ভিত্তিক। ইয়াত কিছু ক্ষেত্ৰত জীৱ উৎসৰ্গা কৰা হয় যাক বান-ফি বোলা হয়। পূৰ্বপুৰুষ উপাসনা আৰু খ্বন বিশ্বাস এই দুটা বস্তু অইন টাই সকলৰ পৰম্পৰাত দেখা যায়। আহোম ধৰ্মত সাধাৰণতে মূৰ্তিপূজা দেখা নাযায় মাত্ৰ এজন বিশেষ দেৱতাৰ বাহিৰে যাক কেৱল [[আহোম]] [[চাওফা]] সকলেহে অৰ্চনা কৰে। ধৰ্মটোত এখন স্বৰ্গীয় ঠাইৰ কথা উল্লেখ পোৱা যায় যাক মৌং-ফি বুলি কোৱা হয় আৰু ই [[চীন]]ৰ টিয়েন নামৰ অংশত অৱস্থিত অৱশ্যে এই ধৰ্মত নৰকৰ দৰে ঠাইৰ কোনো উল্লেখ পোৱা নাযায়। এই ধৰ্মটো [[আহোম]] ৰাজ্যৰ ৰাজধৰ্ম আছিল। তেওঁলোকৰ তিনিপুৰোহিত শ্ৰেণী হ'ল- ম'চাম,ম'হুং,ম'প্লং।
 
==বিৱৰণ==
"https://as.wikipedia.org/wiki/আহোম_ধৰ্ম"ৰ পৰা অনা হৈছে