২৬ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

3 নং শাৰী:
==ঘটনাৱলী==
# খ্ৰীঃ পূঃ ৫৫ - ইংলেণ্ডত প্ৰথমবাৰৰ বাবে [[জুলিয়াছ ছিজাৰ]]-এ পদাৰ্পন কৰিছিল আজিৰ দিনটোতে (খ্ৰীঃ পূঃ ৫৫)।
# ১৩০৩ - [[আলাউদ্দিন খিলিজী]]য়েখিলিজীয়ে চিতোৰ দুৰ্গ দখল কৰে।
# ১৯০৭ - ভাৰতৰ প্ৰসিদ্ধ লো-তীখা কোম্পানী ‘[['টাটা আইৰন এণ্ড ষ্টীল কোম্পানী]]’কোম্পানী’ পঞ্জীয়নভুক্ত হয়।
# ১৯৪৩ - আনুষ্ঠানিকভাৱে [[আজাদ হিন্দ ফৌজ]]ৰ জন্ম হয়।
# ২০০২ - প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত [[গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ]]ত বিক্ষোভৰ সৃষ্টি হয়। এই বিক্ষোভৰ ফলত প্ৰায় পোন্ধৰ লাখ টকাৰ ক্ষতি সাধন হয়।
"https://as.wikipedia.org/wiki/২৬_আগষ্ট"ৰ পৰা অনা হৈছে