লিয়েণ্ডাৰ পেজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

37 নং শাৰী:
}}
'''লিয়েণ্ডাৰ পেজ''' ({{Lang-en|Leander Paes}}; সম্পূৰ্ণ নাম: লিয়েণ্ডাৰ আদ্ৰিয়ান পেজ) এজন [[ভাৰত|ভাৰতীয়]] টেনিছ খেলুৱৈ। ১৯৭৩ চনৰ ১৭ জুনত তেওঁৰ [[কলকাতা]]ত জন্ম হয়। [[কলকাতা]]তেই তেওঁ ডাঙৰ-দীঘল হয়। তেওঁৰ মাতৃ জেনিফাৰ পেজ এগৰাকী বিখ্যাত বাস্কেটবল খেলুৱৈ আছিল আৰু ১৯৮০ চনৰ এছিয় বাস্কেটবল প্ৰতিযোগিতাত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল। পিতৃ ভাচ পেজ ব্ৰঞ্জপদক জয়ী ১৯৭২ মিউনিক অলিম্পিক দলৰ হকী খেলুৱৈ। লিয়েণ্ডাৰ পেজ তেওঁৰ মাতৃৰ দিশৰ পৰা কবি [[মাইকেল মধুসূদন দত্ত|মাইকেল মধুসূদন দত্তৰ]] বংশধৰ।
 
== কৰ্মজীৱন ==
১৯৮৫ চনত লিয়েণ্ডাৰে মাদ্ৰাজৰ ব্ৰিটেনিয়া টেনিছ একাডেমীত যোগদান কৰে। তেওঁ পেশাদাৰী টেনিছ খেলুৱৈ হিচাপে ১৯৯১ চনত প্ৰথমে আত্মপ্ৰকাশ কৰে। ১৯৯১ চনত লিয়েণ্ডাৰ পেজ ইউএচ অপেন আৰু জুনিয়ৰ উইম্বলেডনত জয় লাভ কৰে। ১৯৯২ চনত তেওঁ '''ৰমেশ কৃষ্ণন'''ৰকৃষ্ণনৰ লগত বাৰ্চিলনা অলিম্পিকৰ দ্বৈত প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত আগ বাঢ়ে। ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিকত '''ফাৰ্নান্দ মেলিজেনি'''কমেলিজেনিক পৰাজিত কৰি ব্ৰঞ্জ পদক লাভ কৰে। সেই বছৰ তেওঁ ৱৰ্ল্ড জুনিয়ৰ ৰেংকিংত প্ৰথম স্থান পায়ো। উইম্বলডন জুনিয়ৰ খিতাপ জয়ে পেজক আন্তৰ্জাতিক পৰিচিতি প্ৰদান কৰে। [[মহেশ ভূপতি|মহেশ ভূপতিৰ]] লগত তেওঁ বিশ্ব ডাবলচ টেনিছত দীৰ্ঘসময় প্ৰথম স্থান ধৰি ৰাখে।
 
ভাৰতৰ অন্যতম অনন্য ক্ৰীড়াব্যক্তিত্ব হিচাপে তেওঁক দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান [[ৰাজীৱ গান্ধী খেলৰত্ন বঁটা ]] ( ১৯৯৬-১৯৯৭) প্ৰদান কৰা হয়। [[২০০১]] চনত ভাৰত চৰকাৰে তেওঁক [[পদ্মশ্ৰী]] বঁটা প্ৰদান কৰে।
 
== গ্ৰেণ্ড শ্লাম খিতাপ ==
Line 59 ⟶ 60:
 
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ ক্ৰীড়াবিদটেনিছ খেলুৱৈ]]
[[শ্ৰেণী:টেনিছ খেলুৱৈ‎]]
[[শ্ৰেণী:ভাৰতীয় অলিম্পিক প্ৰতিযোগী‎]]
[[শ্ৰেণী:মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী]]