মণিকূট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Assam stub}}
[[চিত্ৰ:মণিকূট.jpg|thumb|right|200px]]
[[অসম]]ৰ [[বৈষ্ণৱ]] [[সংস্কৃতি]]ৰ এটি উল্লেখযোগ্য সম্পদ হ’ল মণিকূট৷মণিকূট। অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে [[নামঘৰ]]ৰ সংলগ্নকৈ মণিকূটটো সজা দেখা যায়৷যায়। [[নামঘৰ]] অথবা কীৰ্তনঘৰটো পূবা-পশ্চিমাকৈ থাকে৷থাকে। নামঘৰটো পূৰ্ব প্ৰকোষ্ঠত লগ লগাই মণিকূটটো উত্তৰা-দক্ষিণাকৈ সজা হয়৷হয়। এই মণিকূটৰ সোঁ-মাজত সিংহাসন বা [[গুৰু আসন]] স্থাপন কৰি তাত মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]] আৰু [[শ্ৰীশ্রীশ্ৰীশ্ৰী মাধৱদেৱ]]ৰ কীৰ্তন-দশম, ঘোষা আৰু ৰত্নাৱলীৰ যিকোনো এখন পুথি সযত্নেৰে স্থাপন কৰা হয়৷হয়। মণিকূট শব্দৰ মূলগত অৰ্থ হ’ল [[ৰত্ন]] থোৱা ঘৰ৷ঘৰ। [[মণিকূট]]বোৰ সাধাৰণতে দুচলীয়া৷দুচলীয়া। [[বৰপেটা সত্ৰ]]ৰ মণিকূটটো চাৰিচলীয়া৷চাৰিচলীয়া। চালবোৰ ভাঁজখোৱা আৰু দেখিবলৈ বৰ্তুলকাৰ৷বৰ্তুলকাৰ। সেইবাবে ইয়াক কোৱা হয় ভাঁজঘৰ৷ভাঁজঘৰ। প্ৰত্নতাত্ত্বিক ৰাজমোহন নাথে[বৌদ্ধ গ্ৰন্থত উল্লিখিত বংগ গৃহৰ পৰা ভাঁজঘৰ শব্দটি অহা বুলি সাব্যস্ত কৰিছে৷কৰিছে। [[মণিকূট]]টো দেখাত দেৱগৃহৰ শিখৰৰ দৰে ৰমক-জমক নহ’লেও ইয়াৰ এটা নিজস্ব বৈশিষ্টবৈশিষ্ট্য আছে৷আছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা অগণন নামঘৰ আৰু মণিকূট গইনা লৈ শংকৰী সংস্কৃতিৰ আজিও জীৱন্ত আৰু গতিশীল হৈ আছে<ref>অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ড° পৰমানন্দ ৰাজবংশী, ড০ড° নাৰায়ন দাস (পৃষ্ঠা- ২৭২)</ref>
 
<!--কীৰ্তন ঘৰটোৰ পূৱৰ কোঠাৰ পৰা ইয়ালৈ সোমাব পৰাকৈ নামঘৰৰ পূৱতে উত্তৰা-দক্ষিণাকৈ মণিকূটটো নিৰ্মাননিৰ্মাণ কৰা হয। এই মণিকূটতে গুৰুজনাই শাস্ত্ৰ প্ৰণয়ন আৰু ধৰ্ম চৰ্চা কৰিছিল। মণিকূটৰ সোঁমাজতে কাঠৰ আসন বা থাপনা পাতি তাত মহাপুৰুষ দুজনা (শঙ্কৰ-মাধৱ)ৰ ৰচিত সৰ্ব্বজন সমাদৃত এখন বিশেষ পুথি থয়। এনে পুথিৰ ভিতৰত দশম(ভাগৱতৰ দশম স্কন্ধ), কীৰ্তন, নামঘোষা, ভক্তি ৰত্নাৱলী, গুণমালা আদিয়েই উল্লেখযোগ্য। মণিৰ অৰ্থ হৈছে ৰত্ন আৰু কূটৰ অৰ্থ হৈছে ঘৰ; অৰ্থাৎ ৰত্ন থোৱা ঘৰ। ইয়াত মণি বা ৰত্ন হৈছে শঙ্কৰ-মাধৱ পুৰুষৰ ৰচিত গ্ৰন্থ যাক সিংহাসনত বা থাপনাত উপাসনাৰ বস্ত্ত হিচাপে ৰখা হয়। মণিকূটত আসন বা থাপনাৰ উপৰিও নামঘৰৰ অত্যাৱশ্যকীয় সম্পত্তি যেনে –দবা,শংখ,ঘণ্টা,কাঁহ,শৰাই,টৌ,বান,লোটা,কলহ,বৰবাটি,ঠগা,ডলা-ছালনী,পাচি খৰাহি ভোৰতাল আদি ৰখা হয়। মণিকূটৰ এদাঁতিত এখন চাং পাতি তাত কীৰ্তন,দশম,নামঘোষা,ৰত্নাৱলী,সাঁচিপাতৰ পুথি,বৰগীত আদি পুথিবোৰ সযতনে ৰখা হয়। নামনি অসমৰ বৰপেটা নামঘৰৰ পূৱফালে থকা মণিকূটটোক ভাঁজঘৰ বোলে। এই ভাঁজঘৰটো চাৰিচুকীয়া,চালবোৰ ভাঁজখোৱা বা দোঁখোৱা আৰু চাৰিওফালে পানী পাচটো গোলাকাৰ হয়। অসমৰ অন্যান্য ঠাইত মণিকূটটো এনে ভাঁজঘৰ নহয়,দুচলীয়া ঘৰহে। যিবিলাক ঠাইত মণিকূট নাথাকে বা সাজিবৰ সামৰ্থ নাথাকে তেনে ঠাইৰ নামঘৰৰ পূৱৰ প্ৰথম খোটালিকে মণিকূট হিচাপে ব্যৱহাৰ কৰি আসন প্ৰতিষ্ঠা কৰে। -->
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/মণিকূট"ৰ পৰা অনা হৈছে