২৯ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
 
==ঘটনাৱলী==
#* ১৮৮২ চনৰ এই দিনটোতে- অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
#* ১৯১০ চনৰ এই দিনটোতে- [[কোৰিয়া]] জাপানৰ অধীনলৈ যায়।
#* ১৯৪৭ চনৰ- এইড॰ ভীমৰাও আম্বেদকাৰক অধ্যক্ষ হিচাপে দিনটোতেলৈ [[ভাৰতৰ সংবিধান]]খনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। এই সমিতিখনৰ অধ্যক্ষ আছিল ড॰ ভীমৰাও আম্বেদকাৰ। উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
#* ১৯৮২ চনৰ এই দিনটোতে- ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল।
#* ১৯৯১ চনৰ এই দিনটোতে- ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ।
 
==জন্ম==
Line 8 ⟶ 13:
* ১৯১৫ - [[ইনগ্ৰিড বাৰ্গমেন]], প্ৰখ্যাত অভিনেত্ৰী।
 
==মৃত্যু==
#* ১৯৭৬ চনৰ- এই[[কাজী দিনটোতেনজৰুল বিংশ শতাব্দীৰ অগ্ৰণীইছলাম]], জনপ্ৰিয় বাঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, আৰু বংগৰ বিদ্ৰোহী কবি নামেৰে খ্যাত [[কাজী নজৰুল ইছলাম]]ৰ মৃত্যুআছিল। হৈছিল।
# ১৯৯০ চনৰ এই দিনটোতেই অসমীয়া সংগীত জগতৰ এক প্ৰতিভা [[তাৰিকুদ্দিন আহমেদ]]ৰ মৃত্যু দিন।
* ১৯৯০ - [[তাৰিকুদ্দিন আহমেদ]], অসমীয়া সংগীত শিল্পী।
 
 
==অনান্য==
# ১৮৮২ চনৰ এই দিনটোতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
# ১৯১০ চনৰ এই দিনটোতে [[কোৰিয়া]] জাপানৰ অধীনলৈ যায়।
# ১৯৪৭ চনৰ এই দিনটোতে [[ভাৰতৰ সংবিধান]]খনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। এই সমিতিখনৰ অধ্যক্ষ আছিল ড॰ ভীমৰাও আম্বেদকাৰ। উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
# ১৯৭৬ চনৰ এই দিনটোতে বিংশ শতাব্দীৰ অগ্ৰণী জনপ্ৰিয় বাঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, বংগৰ বিদ্ৰোহী কবি নামেৰে খ্যাত [[কাজী নজৰুল ইছলাম]]ৰ মৃত্যু হৈছিল।
# ১৯৮২ চনৰ এই দিনটোতে ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল।
# ১৯৯১ চনৰ এই দিনটোতে ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ।
 
==দিৱস==
# আজি* ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।
 
== বাহ্যিক সংযোগ ==
Line 32 ⟶ 29:
[[শ্ৰেণী:আগষ্ট]]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]
 
==তথ্য়সূত্ৰ==
"https://as.wikipedia.org/wiki/২৯_আগষ্ট"ৰ পৰা অনা হৈছে