২৯ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 বাইট বিলোপ কৰা হ’ল ,  1 বছৰৰ পূৰ্বে
 
==ঘটনাৱলী==
* ১৮৪২ - গ্ৰেট ব্ৰিটেইন আৰু চীনে [[নানকিঙ্গ চুক্তি]]ত স্বাক্ষৰিত কৰে।
* ১৮৯৮ - [[গুডইয়েৰ টায়াৰ কোম্পানী]] প্ৰতিষ্ঠা কৰা হয়।
* ১৮৮২ - অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
* ১৮৯৮ - [[গুডইয়েৰ টায়াৰ কোম্পানী]] প্ৰতিষ্ঠা কৰা হয়।
* ১৯১০ - [[কোৰিয়া]] জাপানৰ অধীনলৈ যায়।
* ১৯৪৭ - ড॰ ভীমৰাও আম্বেদকাৰক অধ্যক্ষ হিচাপে লৈ [[ভাৰতৰ সংবিধান]]খনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
2,655

টা সম্পাদনা