১ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 নং শাৰী:
* ১৯৫২ - 'ড্য অল্ড মেন এণ্ড ড্য ছি'ৰ উপন্যাসখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পায়। এই উপন্যাস খনৰ ৰচক আছিল আৰ্ণেষ্ট হেমিঙ্গৱে। 'ড্য অল্ড মেন এণ্ড ড্য ছি' য়ে পুলিটজাৰ বঁটাও লাভ কৰিছিল।
* ১৯৫৬ - চনৰ এই তাৰিখৰ পৰাই [[ভাৰতীয় জীৱন বীমা নিগম]]ৰ কাম কাজ আৰম্ভ কৰা হৈছিল।
* ১৯৬১ - যুগুস্লেভিয়াৰ বেলগ্ৰেডত ''নন এলাইনড্''(Non-Aligned) ৰাষ্ট্ৰসমূহৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল।
* ১৯৮২ - যুক্তৰাষ্ট্ৰত ''এয়াৰ ফৰ্চ স্পেছ কমাণ্ডে'' (Air Force Space Command) প্ৰতিষ্ঠা লাভ কৰিছিল।
* ১৯৮৫ - সমুদ্ৰপৃষ্ঠত নিৰুদ্দিষ্ট [[আৰ. এম. এছ. টাইটানিক|টাইটানিক জাহাজৰ]] ছবি ৭৩ বছৰ পিছত পোহৰলৈ আহিছিল।