১ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
== ঘটনাৱলী ==
* ১৯৪৭ - ভাৰতীয় মান সময় নিদ্ধাৰণ কৰা হৈছিল। <ref>{{cite web |title=1st September 1947: Indian Standard Time is introduced |url=https://www.mapsofindia.com/on-this-day/1st-september-1947-indian-standard-time-is-introduced |publisher=Maps of India}}</ref>
* ১৯৫১ - ''[[এনজাছ]]'' (ANZUS) চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত স্বাক্ষৰিত হৈছিল।
* ১৯৫২ - '[[ড্য অল্ড মেন এণ্ড ড্য ছি]]'ৰ উপন্যাসখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পায়। এই উপন্যাস খনৰ ৰচক আছিল আৰ্ণেষ্ট হেমিঙ্গৱে। 'ড্য অল্ড মেন এণ্ড ড্য ছি' য়ে পুলিটজাৰ বঁটাও লাভ কৰিছিল।
* ১৯৫৬ - চনৰ এই তাৰিখৰ পৰাই [[ভাৰতীয় জীৱন বীমা নিগম]]ৰ কাম কাজ আৰম্ভ কৰা হৈছিল।
* ১৯৬১ - যুগুস্লেভিয়াৰ বেলগ্ৰেডত ''নন এলাইনড্''(Non-Aligned) ৰাষ্ট্ৰসমূহৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল।
9 নং শাৰী:
* ১৯৮২ - যুক্তৰাষ্ট্ৰত ''এয়াৰ ফৰ্চ স্পেছ কমাণ্ডে'' (Air Force Space Command) প্ৰতিষ্ঠা লাভ কৰিছিল।
* ১৯৮৫ - সমুদ্ৰপৃষ্ঠত নিৰুদ্দিষ্ট [[আৰ. এম. এছ. টাইটানিক|টাইটানিক জাহাজৰ]] ছবি ৭৩ বছৰ পিছত পোহৰলৈ আহিছিল।
* ১৯৯১ - ছোভিয়েট ইউনিয়নৰ পৰা উজবেকিস্তানে[[উজবেকিস্তান]]ে স্বাধীনতা লাভ কৰিছিল।
 
==জন্ম==