১ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

12 নং শাৰী:
 
==জন্ম==
* ১৮৫৬ - [[ছৰ্গেই ৱিনোগ্ৰাদস্কি]] (Sergei Winogradsky), ৰাছিয়ান পৰিৱেশ আৰু জীৱ বিজ্ঞানী, [[জৈৱ ভূ-ৰাসায়নিক চক্ৰৰচক্ৰ]]ৰ (Biogeochemical cycle) বাবে বিখ্য়াত।
* ১৮৫৮ - [[কাৰ্ল আউৱাৰ ভন ৱেলছবাখ]] (Carl Auer von Welsbach), অষ্ট্ৰিয়ান বিজ্ঞানী আৰু উদ্ভাৱক।
* ১৮৯৬ - [[শ্ৰীল প্ৰভুপাদ]], ইছকনৰ[[ইছকন]]ৰ (ISKCON) প্ৰতিষ্ঠাতা।
* ১৯২৩ - [[ৰকী মাৰ্ছিয়ান']], আমেৰিকাৰ বক্সিং খেলুৱৈ, অপৰাজেয় হেভিৱেইট বক্সিং চেম্পিয়ন আছিল (১৯৫২-৫৬)। (মৃঃ [[৩১ আগষ্ট]], ১৯৬৯)
* ১৯২৪ - [[হাৱাৰ্ড থমাছ অ'ডাম]], আমেৰিকাৰ পৰিৱেশ বিজ্ঞানী। (মৃঃ [[১১ ছেপ্টেম্বৰ]], ২০০২)
* ১৯৪০ - [[কামেশ্বৰ ব্ৰহ্ম]], ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ।
* ১৯৫৭ - [[অঞ্জলি গোপালন]], ভাৰতীয় মানৱধিকাৰ আৰু পশু অধিকাৰ কৰ্মী।
* ১৯৯৬ - [[জিন্দায়া]], আমেৰিকাৰ অভিনেত্ৰী আৰু গায়িকা।
* ১৯৯৭ - [[জন জংকুক]], দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় গায়ক।
 
== মৃত্যু ==