১ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

23 নং শাৰী:
 
== মৃত্যু ==
* ১৫৫৭ - [[জ্যাঁক কাৰ্টিয়াৰ]], ফ্ৰান্সৰ অভিযাত্ৰী।
* ১৫৭৪ - [[গুৰু অমৰ দাস]], তৃতীয় শিখ গুৰু।
* ১৫৮১ - [[গুৰু ৰাম দাস]], চতুৰ্থ শিখ গুৰু।
* ১৭১৫ - [[লুই চতুৰ্দশ]], ফ্ৰান্সৰ ৰজা, ''দা চান কিং'' হিচাপে পৰিচিত, ফ্ৰান্সৰ সৰ্বাধিক সময় শাসন কৰ্তা।
* ১৮৩৮ - [[ৱিলিয়াম ক্লাৰ্ক]], এজন আমেৰিকান অভিযাত্ৰী, সৈনিক, ভাৰতীয় এজেণ্ট আৰু আঞ্চলিক লাট। (জঃ [[১ আগষ্ট]], ১৭৭০)
* ২০১৩ - [[টমি মৰিছন]], আমেৰিকাৰ বক্সিং খেলুৱৈ আৰু ''[[ৰকি-৫]]'' (Rocky V) বোলছবিৰ অভিনেতা।