২ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{আজিৰ দিনটো|2|9|245}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
==ঘটনাৱলী==
* ১৬৬৬ - ''লণ্ডনৰ 'গ্ৰেট ফায়াৰ অৱ লণ্ডন'' নামৰ অগ্নিকাণ্ড পুডিং লেনত (পথত) পিছৰাতি ২ বজাত আৰম্ভ হৈছিল, এই অগ্নিকাণ্ডৰ ফলত লণ্ডনৰ ৮০% অঞ্চল জলি ধ্বংস হৈছিল।
* ১৯৪৫ - দ্বিতীয় বিশ্বযুদ্ধত জাপানে পোছাকীভাৱে আত্মসমৰ্পণ কৰিছিল।
* ১৯৪৬ - ভাৰতৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠিত হয়।