গায়ত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''গায়ত্ৰী''' (সংস্কৃত: गायत्री) হৈছে বৈদিক গ্ৰন্থৰ এটা জনপ্ৰিয় স্তুতিগীত “গায়ত্ৰী মন্ত্ৰ”ৰ এক ব্যক্তিকৃত ৰূপ। তেওঁক সাবিত্ৰী আৰু বেদমাতা (বেদৰ মাতৃ) বুলিও কোৱ...
 
No edit summary
1 নং শাৰী:
'''গায়ত্ৰী''' ([[সংস্কৃত ভাষা|সংস্কৃত]]: गायत्री) হৈছে বৈদিক গ্ৰন্থৰ এটা জনপ্ৰিয় স্তুতিগীত “গায়ত্ৰী মন্ত্ৰ”ৰ এক ব্যক্তিকৃত ৰূপ। তেওঁক সাবিত্ৰী আৰু বেদমাতা (বেদৰ মাতৃ) বুলিও কোৱা হয়। গায়ত্ৰীক প্ৰায়ে বেদৰ সৌৰ দেৱতা সাবিত্ৰৰ সৈতেও সম্পৰ্কিত কৰা হয়।স্কন্দহয়। স্কন্দ পুৰাণৰ দৰে কিছুমান গ্ৰন্থৰ মতে, গায়ত্ৰী হৈছে সৰস্বতী বা তেওঁৰ ৰূপৰেই অন্য এক নাম আৰু ভগৱান ব্ৰহ্মাৰ সহধৰ্মিনী। আনহাতে, শৈৱ শাস্ত্ৰসমূহৰ মতে পাঁচটা মুৰ আৰু দহখন হাতৰ সৈতে সৰ্বোচ্চ ৰূপ ধাৰণ কৰা মহাগায়ত্ৰী হৈছে শিৱৰ সহধৰ্মিনী।
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/গায়ত্ৰী"ৰ পৰা অনা হৈছে