গায়ত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
14 নং শাৰী:
==বিকাশ==
গায়ত্ৰী শব্দটো প্ৰথম ২৪টা শব্দাংশৰে গঠিত ঋগ বেদৰ এটা শ্লোকত প্ৰয়োগ কৰা হৈছিল। গায়ত্ৰী শব্দই বিশেষকৈ, গায়ত্ৰী মন্ত্ৰ আৰু সেই মন্ত্ৰৰ ব্যক্তিকৃত ৰূপ গায়ত্ৰী দেৱীক বুজায়। পণ্ডিতসকলে গায়ত্ৰীক বৈদিক সৌৰ দেৱতা সাবিত্ৰী আৰু সাবিত্ৰৰ সমাৰ্থক হিচাপে গায়ত্ৰাৰ স্ত্ৰীলিংগ বুলি বৰ্ণনা কৰিছে। অৱশ্যে, এই গায়ত্ৰী মন্ত্ৰ কেতিয়া এগৰাকী দেৱী হিচাপে ব্যক্তিৰূপলৈ ৰূপান্তৰ হৈছিল সেয়া এতিয়াও জ্ঞাত নহয়।
 
পুৰাণৰ মতে গায়ত্ৰী এগৰাকী অভিৰা জাতিৰ ছোৱালী আছিল। তাই পুষ্কৰত অনুষ্ঠিত কৰা যজ্ঞত ব্ৰহ্মাক সহায় কৰিছিল। যুগ যুগ ধৰি বিভিন্ন অঞ্চলৰ বিভিন্ন উৎসত গায়ত্ৰী দেৱীৰ ব্যক্তিৰূপ বিকাশ সম্পৰ্কে ভিন্ন ভিন্ন বৰ্ণনা পোৱা গৈছে।
 
==উৎসৱ==
"https://as.wikipedia.org/wiki/গায়ত্ৰী"ৰ পৰা অনা হৈছে