গায়ত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) |
দিব্য দত্ত (আলোচনা | বৰঙণি) |
||
16 নং শাৰী:
পুৰাণৰ মতে গায়ত্ৰী এগৰাকী অভিৰা জাতিৰ ছোৱালী আছিল। তাই পুষ্কৰত অনুষ্ঠিত কৰা যজ্ঞত ব্ৰহ্মাক সহায় কৰিছিল। যুগ যুগ ধৰি বিভিন্ন অঞ্চলৰ বিভিন্ন উৎসত গায়ত্ৰী দেৱীৰ ব্যক্তিৰূপ বিকাশ সম্পৰ্কে ভিন্ন ভিন্ন বৰ্ণনা পোৱা গৈছে।
==বিৱৰণ==
কৃষ্ণ যজুৰবেদৰ মহানাৰায়ণ উপনিষদত বৰ্ণনা কৰা মতে, গায়ত্ৰী বগা বৰ্ণৰ (সংস্কৃত: श्वेतवर्णा), বিশ্বামিত্ৰ ঋষিৰ গোত্ৰৰ (সংস্কৃত: सान्ख्यायनस गोत्रा) , ২৪ টা আখৰেৰে গঠিত (সংস্কৃত: चतुर्विंशत्यक्षरा), তিনিটা ভৰিৰ (সংস্কৃত: त्रिपदा), ছয় উদৰবিশিষ্ট (সংস্কৃত: षट्कुक्षिः), পাঁচটা মূৰথকা (সংস্কৃত: पञ्चशीर्षः) আৰু দ্বিজৰ উপনয়নত ব্যৱহাৰ কৰা হয় (সংস্কৃত: সংস্কৃত: उपनयने विनियोगः)।
==উৎসৱ==
|