গায়ত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

18 নং শাৰী:
 
==বিৱৰণ==
কৃষ্ণ যজুৰবেদৰযজুৰ্বেদৰ মহানাৰায়ণ উপনিষদত বৰ্ণনা কৰা মতে, গায়ত্ৰী বগা বৰ্ণৰ (সংস্কৃত: श्वेतवर्णा), বিশ্বামিত্ৰ ঋষিৰ গোত্ৰৰ (সংস্কৃত: सान्ख्यायनस गोत्रा) , ২৪ টা আখৰেৰে গঠিত (সংস্কৃত: चतुर्विंशत्यक्षरा), তিনিটা ভৰিৰ (সংস্কৃত: त्रिपदा), ছয় উদৰবিশিষ্ট (সংস্কৃত: षट्कुक्षिः), পাঁচটা মূৰথকা (সংস্কৃত: पञ्चशीर्षः) আৰু দ্বিজৰ উপনয়নত ব্যৱহাৰ কৰা হয় (সংস্কৃত: সংস্কৃত: उपनयने विनियोगः)।
 
==উৎসৱ==
"https://as.wikipedia.org/wiki/গায়ত্ৰী"ৰ পৰা অনা হৈছে