গায়ত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

20 নং শাৰী:
কৃষ্ণ যজুৰ্বেদৰ মহানাৰায়ণ উপনিষদত বৰ্ণনা কৰা মতে, গায়ত্ৰী বগা বৰ্ণৰ (সংস্কৃত: श्वेतवर्णा), বিশ্বামিত্ৰ ঋষিৰ গোত্ৰৰ (সংস্কৃত: सान्ख्यायनस गोत्रा), ২৪টা আখৰেৰে গঠিত (সংস্কৃত: चतुर्विंशत्यक्षरा), তিনিটা ভৰিৰ (সংস্কৃত: त्रिपदा), ছয় উদৰবিশিষ্ট (সংস্কৃত: षट्कुक्षिः), পাঁচটা মূৰথকা (সংস্কৃত: पञ्चशीर्षः) আৰু দ্বিজৰ উপনয়নত ব্যৱহাৰ কৰা হয় (সংস্কৃত: সংস্কৃত: उपनयने विनियोगः)।
 
“তৈত্তিৰিয়া সন্ধ্যা ভাষ্যম”তভাষ্যম (Taittiriya Sandhya Bhashyam)”ত উল্লেখ কৰা অনুসৰি, গায়ত্ৰীৰ তিনি পদে বেদৰ প্ৰথম তিনিখন ঋক, যজু আৰু সামবেদক বুজাই। ছয়টা উদৰে উৰ্দ্ধ আৰু অধঃৰ লগতে ৪টা মুখ্য দিশক প্ৰতিনিধিত্ব কৰে। পাঁচটা মুৰে বেদাঙ্গ বা উপনিষদৰ ভিতৰত ৫খন বেদাঙ্গ ক্ৰমে ব্যাকৰণ, শিক্ষা, কল্প, নিৰুক্ত আৰু জ্যোতিষক প্ৰতিনিধিত্ব কৰে।
 
==উৎসৱ==
"https://as.wikipedia.org/wiki/গায়ত্ৰী"ৰ পৰা অনা হৈছে