সাবিত্ৰী আৰু সত্যবান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{সম্পাদনা দ্বন্দ্ব}} thumb|right|275x275px|Savitri saves Satyavan from Yama. হিন্দ...
 
No edit summary
8 নং শাৰী:
[[File: Savitri's defeat of the god of death, Yama.jpg|thumb|সাবিত্ৰীয়ে যমক সত্যবানৰ জীৱন ভিক্ষা কৰিছে।]]
 
[[মদ্ৰ ৰাজ্য]]ৰ ৰজা অশ্বপতি আৰু ৰাণী মালবিকাৰ কোনো সন্তান নাছিল। তেওঁলোকে সূৰ্য দেৱতা [[সাবিত্ৰ]]ক বহু আহুতি দিছিল। তেওঁলোকৰ প্ৰাথনাত সন্তুষ্ট হৈ সাবিত্ৰ প্ৰকট হয় আৰু এগৰাকী কন্যা সন্তানৰ বৰ দিয়ে।<ref name=maha/> সেই অনুসৰি এটি কন্যাৰ জন্ম হয় আৰু দেৱতাৰ সন্মানাৰ্থে তাইৰ নাম '''''সাবিত্ৰী''''' ৰখা হয়।
The childless king of [[Madra Kingdom]], [[Madra Kingdom#King Aswapati|Ashwapati]], lives ascetically for many years and offers oblations to Sun God [[Savitr]]. His consort is Malavika. Finally, pleased by the prayers, God Savitr appears to him and grants him a boon: he will soon have a daughter.<ref name=maha/> The king is joyful at the prospect of a child. She is born and named '''''Savitri''''' in honour of the god. Savitri is born out of devotion and [[asceticism]], traits she will herself practice.
 
ৰুপে-গুণে বিভূষিতা সাবিত্ৰীক ওচৰৰ সকলো মুনিহে সমীহ কৰি চলিছিল। সাবিত্ৰীৰ বিবাহৰ বয়স হোৱাত কোনো তেওঁৰ পাণি গ্ৰহণ কৰিবলৈ আগবাঢ়ি নাহিল। দেউতাকে তেওঁক নিজে এজন পতি বিচাৰি ল'বলৈ কয়। সাবিত্ৰীয়ে তেতিয়া তীৰ্থযাত্ৰালৈ ওলায় আৰু শাল্ব ৰাজ্যৰ অন্ধ ৰজা দ্যুমৎসেনৰ পুত্ৰ সত্যবানক লগ পায়। সেই সময়ত দ্যুমৎসেনে সকলো ত্যাগি পত্নী আৰু পুত্ৰৰ সৈতে বনত বাস কৰিছিল।
Savitri is so beautiful and pure, she intimidates all the men in the vicinity. When she reaches the age of marriage, no man asks for her hand, so her father tells her to find a husband on her own. She sets out on a pilgrimage for this purpose and finds Satyavan, the son of a blind king named [[Salwa Kingdom#King Dyumatsena of Salwa|Dyumatsena]] of [[Salwa Kingdom|Shalwa Kingdom]]; Dyumatsena lost everything including his sight, and lives in exile as a forest-dweller with his wife and son.
 
সাবিত্ৰীয়ে ঘৰলৈ ঘূৰি অহাত ঋষি [[নাৰদ]] আৰু দেউতাকৰ কথোপকথন শুনিবলৈ পায়। নাৰদে কয় যে সাবিত্ৰীৰ পছন্দ ভুল: সকলো দিশৰ পৰাই সমৰ্থ হ'লেও সেই দিনৰ পৰা এবছৰৰ ভিতৰত সত্যবানৰ মৃত্যু ঘটিব। দেউতাকে অন্য এজন বৰ বাছনি কৰিবলৈ অনুৰোধ জনালেও সাবিত্ৰী মান্তি নহয় আৰু কয় যে তেওঁ নিজৰ সিদ্ধান্ত সলনি নকৰে। শেষত অশ্বপতিয়ে সাবিত্ৰীৰ কথা মানি লয় আৰু সত্যবানৰ লগত সাবিত্ৰীৰ বিবাহ হয়।
Savitri returns to find her father speaking with Sage [[Narada]] who announces that Savitri has made a bad choice: although perfect in every way, Satyavan is destined to die one year from that day. In response to her father’s pleas to choose a more suitable husband, Savitri insists that she will choose her husband but once. After Narada announces his agreement with Savitri, Ashwapati acquiesces.
 
বিয়াৰ পাছত সাবিত্ৰীয়ে সত্যবান আৰু শহুৰ-শাহুৱেকৰ লগত বল্ক পৰিধান কৰি আশ্ৰমত থাকিবলৈ লয়। সত্যবানৰ সম্ভাব্য মৃত্যুদিনৰ তিনি দিনৰ আগৰে পৰা সাবিত্ৰীয়ে উপবাসে থাকি পহৰা দিবলৈ ধৰে। শহুৰেকে এই কঠোৰ কাম কৰিবলৈ মানা কৰা সত্বেও সাবিত্ৰী নিজৰ প্ৰতিজ্ঞাত অটল থাকে। ভৱিষ্যতবাণী মতে সত্যবানৰ মৃত্যুৰ দিনা পুৱা সাবিত্ৰীয়ে সত্যবানৰ লগত বনৰ ভিতৰলৈ যাবলৈ শহুৰেকৰ অনুমতি বিচাৰে। আশ্ৰমত থকা গোটেই বছৰ সাবিত্ৰীয়ে আন একো বিচৰা নাছিল বাবে দ্যুমৎসেনে তেওঁৰ ইচ্ছা পূৰণ কৰে।
Savitri and Satyavan are married, and she goes to live in the forest. Immediately after the marriage, Savitri wears the clothing of a hermit and lives in perfect obedience and respect to her new parents-in-law and husband.
 
বনৰ ভিতৰত সত্যবানে খৰি কাটি থাকোঁতে অকস্মাৎ দুৰ্বল অনুভৱ কৰে আৰু সাবিত্ৰীৰ কোলাত নিজৰ মূৰটো পেলাই চকু মুদে। [[যম]]ৰ অনুচৰ সত্যবানৰ আত্মা নিবলৈ আহে কিন্তু সাবিত্ৰীৰ পবিত্ৰতাৰ বাবে ঘূৰি যাবলগীয়া হয়। তেতিয়া মৃত্যুৰ দেৱতা যম নিজে সত্যবানৰ আত্মা নিবলৈ আহে। যমে আত্মা লৈ যাওঁতে সাবিত্ৰীও পিছে পিছে যায়। যমে সাবিত্ৰীক ঘূৰি যাবলৈ বাৰম্বাৰ কয়। সাবিত্ৰীয়ে তেতিয়া [[ধৰ্ম]]ৰ প্ৰতি নিজৰ আনুগত্য প্ৰকাশ কৰে আৰু ধৰ্মৰ ৰজা হিচাপে যমৰ শাসনৰ প্ৰশংসা কৰে। সাবিত্ৰীৰ কথাত সন্তুষ্ট হৈ যমে সত্যবানৰ জীৱনৰ বাহিৰে আন যিকোনো বৰ মাগিবলৈ কয়। প্ৰথমে সাবিত্ৰীয়ে শহুৰেকৰ দৃষ্টি আৰু ৰাজ্য ঘূৰাই দিবলৈ কয়, দেউতাকক এশ সন্তান দিবলৈ কয় আৰু সত্যবানৰ লগত তেওঁৰ এশ সন্তান দিবলৈ কয়। শেষৰটো ইচ্ছাত যম বিপাঙত পৰে কাৰণ তেতিয়া সত্যবানৰ জীৱন ঘূৰাব লাগিব। তথাপি সাবিত্ৰীৰ সমৰ্পণ আৰু পবিত্ৰতাত মুগ্ধ হৈ তেওঁৰ আকৌ এবাৰ "সত্যবানৰ জীৱনৰ বাহিৰে" আন যিকোনো বৰ খুজিবলৈ কয়। কিন্তু সাবিত্ৰীয়ে সত্যবানৰ জীৱন ঘূৰাই দিয়াত কথা সলাবলৈ মান্তি নহয়। শেষত যমে সত্যবানৰ জীৱন ঘূৰাই দিয়ে আৰু দুয়োকে দীৰ্ঘ জীৱনৰ আশীৰ্বাদ দিয়ে।
Three days before the foreseen death of Satyavan, Savitri takes a vow of fasting and vigil. Her father-in-law tells her she has taken on too harsh a regimen, but Savitri replies that she has taken an oath to perform these austerities, to which Dyumatsena offers his support.
The morning of Satyavan’s predicted death, Savitri asks for her father-in-law’s permission to accompany her husband into the forest. Since she has never asked for anything during the entire year she has spent at the hermitage, Dyumatsena grants her wish.
 
সত্যবানে দীঘলীয়া টোপনিৰ পৰা সাৰ পোৱাৰ নিচিনাকৈ উঠে আৰু সাবিত্ৰীৰ সৈতে আশ্ৰমলৈ যায়। ইতিমধ্যে দ্যুমৎসেনেও নিজৰ দৃষ্টি ঘূৰাই পাইছিল। কি কি ঘটনা ঘটিল সত্যবানে একো গম নোপোৱা বাবে সাবিত্ৰীয়ে পতি, শৌৰেক-শাহুৱেক আৰু সমবেত তপস্বীসকলৰ আগত সকলো বিৱৰি কয়। সকলোৱে তেওঁৰ প্ৰশংসা কৰোঁতেই দ্যুমৎসেনৰ মন্ত্ৰীসকল আহি পায় আৰু ৰাজ্যৰ দখলদাৰৰ মৃত্যু হোৱাৰ খবৰ দিয়ে। তাৰ পাছত সকলোৱে আনন্দমনেৰে ৰাজ্যলৈ ঘূৰি যায়।<ref>
They go and while Satyavan is splitting wood, he suddenly becomes weak and lays his head in Savitri’s lap. Servants of [[Yama (Hinduism)|Yama]] the god of Death come and return without the soul of Satyavan due to Savitri's holiness. Then Yama himself comes to claim the soul of Satyavan. Savitri follows Yama as he carries the soul away. When he tries to convince her to turn back, she offers successive formulas of wisdom. First, she praises obedience to [[Dharma]], then friendship with the strict, then Yama himself for his just rule, then Yama as King of Dharma, and finally noble conduct with no expectation of return. Impressed at each speech, Yama praises both the content and style of her words and offers any wish, except the life of Satyavan. She first asks for eyesight and restoration of the kingdom for her father-in-law, then a hundred children for her father, and then a hundred children for herself and Satyavan. The last wish creates a dilemma for Yama, as it would indirectly grant the life of Satyavan. However, impressed by Savitri's dedication and purity, he offers one more time for her to choose any wish, but this time omitting "except for the life of Satyavan". Savitri instantly asks for Satyavan to return to life. Yama grants life to Satyavan and blesses both of them to attain a long life.
 
Satyavan awakens as though he has been in a deep sleep and returns to his parents along with his wife. Meanwhile, at their home, Dyumatsena regains his eyesight before Savitri and Satyavan return. Since Satyavan still does not know what happened, Savitri relays the story to her parents-in-law, husband, and the gathered ascetics. As they praise her, Dyumatsena’s ministers arrive with news of the death of his usurper. Joyfully, the king and his entourage return to his kingdom.<ref>
[http://www.ack-media.com/india/products/Savitri-826-0.html Savitri]</ref><ref name="Rao1986">{{cite book|author=Shanta Rameshwar Rao|title=In Worship of Shiva|url=https://books.google.com/books?id=CzlXe-uBXMMC&pg=PA29|date=1 January 1986|publisher=Orient Longman|isbn=978-0-86131-684-7|pages=29–}}</ref>
 
==সাংস্কৃতিক প্ৰভাৱ==
==In popular culture==
[[File: Yama and Savitri by Nandlal Bose 1913.jpg|thumb|Yama and Savitri, by [[Nandalalনন্দলাল Boseবসু]]ৱে অঁকা যম আৰু সাবিত্ৰীৰ ছবি, 1913১৯১৩]]
[[বিহাৰ]], [[ঝাৰখণ্ড]], আৰু [[ওড়িশা]]ত বিবাহিতা মহিলাই প্ৰতি বছৰে জেঠৰ [[অমাৱস্যা]]ত [[সাবিত্ৰী ব্ৰত]] পালন কৰে। তেওঁলোকৰ পতিসকলৰ সুস্থ আৰু দীৰ্ঘ জীৱনৰ বাবে এই ব্ৰত পালন কৰা হয়। [[ওড়িয়া ভাষা]]ৰ ''সাবিত্ৰী ব্ৰত কথা'' নামৰ পুথিখন পূজাৰ সময়ত মহিলাসকলে পাঠ কৰে। পশ্চিম ভাৰতত এই দিনটো [[পূৰ্ণিমা]]ৰ দিনা পালন কৰা হয়।
In [[Bihar]], [[Jharkhand]], and [[Odisha]], married women observe [[Savitri Brata]] on the [[Amavasya]] (new moon) day in the month of Jyestha every year. This is performed for the well-being and long life of their husbands. A treatise entitled ''Savitri Brata Katha'' in the [[Odia language|Odia]] language is read out by women while performing the [[Puja (Hinduism)|puja]]. In Western India, the holy day is observed on the [[Purnima]] (full moon) of the month as [[Vat Purnima]]. In India, many women are named "Savitri".
 
It is believed that Savitri got her husband back on the first day of the Tamil month [[Panguni]]. So, this day is celebrated as ''Karadayan Nonbu'' in [[Tamil Nadu]]. On this day, married women and young girls wear yellow robes and pray to Hindu goddesses for long lives for their husbands. Girls start this practice at a very young age; they wear a yellow robe on this day from the time they are a year old so they will find a good husband in future.