জগদ্ধাত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
14 নং শাৰী:
}}
 
'''জগদ্ধাত্ৰী''' বা '''জগতধাত্ৰী''' বা '''জগধত্ৰী''' ({{lang-en|Jagadhatri}}) (জগত ধাৰণ কৰ্তা) হৈছে হিন্দু দেৱী [[পাৰ্বতী]ৰ এটা ৰূপ। এই গৰাকী দেৱীৰ জনপ্ৰিয়তা বিশেষকৈ ভাৰতৰ [[পশ্চিম বংগ]] আৰু [[উৰিষ্যা]]ত বেছি। দুয়োখন ৰাজ্যত দেৱীৰ পূজা কৰা হয়। তেখেতৰ উপাসনা আৰু ইয়াৰ ৰীতি-নীতি সমূহ পোনপটীয়াকৈ তন্ত্ৰ শাস্ত্ৰৰ পৰা আহৰণ কৰা হৈছে য'ত তেওঁ সত্ত্বৰ প্ৰতীক বিপৰীতে [[দুৰ্গা]] আৰু কালীৰ[[কালী]] ৰজো আৰু তমো গুণৰ প্ৰতীক। পুৰাণৰ মতে জগদ্ধাত্ৰী হৈছে সিদ্ধিধাত্ৰীৰ অৱতাৰ।